ETV Bharat / state

ৰঙিয়াত ছাত্ৰ-ছাত্ৰীকলৈ সৰ্বশিক্ষাৰ হেতালি, চাৰিমাহ পাচতো লাভ নকৰিলে সম্পূৰ্ণ পাঠ্যক্ৰম

ৰঙিয়াৰ কেইবাখনো আগশাৰীৰ শিক্ষা অনুষ্ঠানৰ ছাত্র ছাত্ৰীয়ে বৰ্তমান পৰ্যন্ত লাভ কৰা নাই কেইবাটাও বিষয়ৰ পাঠ‍্যপুঠি ৷ ইয়াৰে ভিতৰত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সপ্তম শ্ৰেণীৰ অসমীয়া, বিজ্ঞান, সমাজ বিজ্ঞানৰ কিতাপ যোগান আধৰুৱা হৈ আছে

author img

By

Published : May 3, 2019, 10:55 PM IST

ৰঙিয়াত ছাত্ৰ-ছাত্ৰীকলৈ সৰ্বশিক্ষাৰ হেতালি

ৰঙিয়া, 3 মে': শিক্ষাবৰ্ষৰ আৰম্ভ হোৱাৰ চাৰিমাহ পাচতো সম্পূৰ্ণ পাঠ‍্যক্ৰমৰ কিতাপ হাতত নপৰিল ছাত্ৰ ছাত্ৰীৰ । অসহায় শিক্ষক, চিন্তিত ছাত্র ছাত্ৰী । সৰ্বশিক্ষাৰদ্বাৰা দেশৰ প্ৰতিটো শিশুকেই শিক্ষাৰ অধিকাৰ দিয়া চৰকাৰ খনে এইবাৰ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ চাৰিমাহ পাচতো ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ পাঠ‍্যক্ৰমৰ কিতাপ যোগান ধৰিবলৈ সক্ষম হোৱা নাই ৰাজ্য চৰকাৰ । ৰঙিয়াৰ কেইবাখনো আগশাৰীৰ শিক্ষা অনুষ্ঠানৰ ছাত্র ছাত্ৰীয়ে বৰ্তমান পৰ্যন্ত লাভ কৰা নাই কেইবাটাও বিষয়ৰ পাঠ‍্যপুঠি ৷ ইয়াৰে ভিতৰত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সপ্তম শ্ৰেণীৰ অসমীয়া, বিজ্ঞান, সমাজ বিজ্ঞানৰ কিতাপ যোগান আধৰুৱা হৈ আছে । ঠিক সেইদৰে ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম আৰু অষ্টম শ্ৰণীৰ ছাত্র-ছাত্ৰী সকলক যোৱা দুবছৰে আৰৱী কিতাপ আৰু যোৱা চাৰি মাহে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপ যোগান ধৰিব পৰা নাই সৰ্বশিক্ষা অভিযান মিছনে । ইফালে শ্ৰীমন্ত শংকৰদেৱ শিশু বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক যোৱা চাৰি মাহে ইংৰাজী কিতাপ যোগান ধৰিব পৰা নাই । যাৰ বাবে বিভিন্ন সমস্যাত পৰিছে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল ।

ছাত্ৰ-ছাত্ৰীসকলেও পাঠগ্ৰহণত অসুবিধাৰ সন্মুখীন হৈ চিন্তিত হৈ পৰিছে নিজৰ ভৱিষ্যতক লৈ । এতিয়া প্ৰশ্ন হৈছে কোনদিশে ৰাজ্যৰ শিক্ষাখণ্ড ! পাঠ্যপুথিৰ নামত কিমান ভেকোভাওনা কৰিব শিক্ষা বিভাগে ! এনেদৰে দেশৰ শিশু সকলক দেশৰ ভৱিষ্যতৰ সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ'ব নে চৰকাৰ!

Intro:শিক্ষাবৰ্ষৰ আৰম্ভ হোৱাৰ চাৰিমাহ পিছতো সম্পূৰ্ণ পাঠ‍্যক্ৰমৰ কিতাপ ছাত্ৰ ছাত্ৰীৰ হাতত নপৰিল। অসহায় শিক্ষক, চিন্তিত ছাত্র ছাত্ৰী।Body:সৰ্বশিক্ষাৰদ্বাৰা দেশৰ প্ৰতিটো শিশুকেই শিক্ষাৰ অধিকাৰ দিয়া চৰকাৰ খনে এইবাৰ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ চাৰিমাহ পিছতো ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ পাঠ‍্যক্ৰমৰ কিতাপ যোগান ধৰিবলৈ সক্ষম হোৱা নাই। এই পৰ্য্যন্ত ৰঙিয়াৰ কেইবাখনো আগশাৰীৰ শিক্ষা অনুষ্ঠানত ছাত্র ছাত্ৰীয়ে কেইবাটাও বিষয়ত পাঠ‍্যপুঠি লাভ কৰা নাই। ইয়াৰে ভিতৰত ৰঙিয়া ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সপ্তম শ্ৰেণীৰ অসমীয়া, বিজ্ঞান, সমাজ বিজ্ঞানৰ কিতাপ যোগান আধৰুৱা হৈ আছে । ঠিক সেইদৰে ৰঙিয়া মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম আৰু অষ্টম শ্ৰণীৰ ছাত্র-ছাত্ৰী সকলক যোৱা দুবছৰে আৰৱী কিতাপ আৰু যোৱা চাৰি মাহে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপ যোগান ধৰিব পৰা নাই সৰ্বশিক্ষা অভিযান মিছনে । ইফালে শ্ৰীমন্ত শংকৰদেৱ শিশু বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক যোৱা চাৰি মাহে ইংৰাজী কিতাপ যোগান ধৰিব পৰা নাই । যাৰ বাবে বিভিন্ন সমস্যাত পৰিছে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল । ছাত্ৰ-ছাত্ৰীসকলেও পাঠগ্ৰহণত অসুবিধাৰ সন্মুখীন হৈ চিম্তিত হৈ পৰিছে নিজৰ ভৱিষ্যতক লৈ । এতিয়া প্ৰশ্ন হৈছে কোনদিশে ৰাজ্যৰ শিক্ষাখণ্ড ! পাঠ্যপুথিৰ নামত কিমান ভেকোভাওনা কৰিব শিক্ষা বিভাগে ! এনেদৰে দেশৰ শিশু সকলক দেশৰ ভৱিষ্যতৰ সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ'ব নে চৰকাৰ?

BITE : (1) ছাত্ৰ/ছাত্ৰী (2) প্ৰধান শিক্ষক (3) শিক্ষকConclusion:বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.