ETV Bharat / state

চলন্ত ৰে’লৰ পৰা মোবাইল চুৰিক কেন্দ্ৰ কৰি পাণ্ডুত উত্তপ্ত পৰিস্থিতি - কলিকতা

পাণ্ডু ৬ নম্বৰত ৰে’লখনৰ গতি হ্ৰাস পোৱাত তিনি দুৰ্বৃত্তই এজন যুৱকৰ পৰা মোবাইলটো কাঢ়ি ৰে’লৰ পৰা জপিয়াই পলায়ন কৰে

চলন্ত ৰেলৰ পৰা মোবাইল চুৰিক কেন্দ্ৰ কৰি পাণ্ডুত উত্তপ্ত পৰিস্থিতি
author img

By

Published : May 27, 2019, 12:40 PM IST

গুৱাহাটী, 27 মে’: নিশা মহানগৰীৰ পাণ্ডুত উত্তপ্ত পৰিস্থিতি । চলন্ত ৰে’লৰ পৰা মোবাইল চুৰিক কেন্দ্ৰ কৰিয়ে সৃষ্টি হয় এই পৰিস্থিতিৰ । বিক্ৰম চৌধুৰী নামৰ এজন যুৱকে লোকমান্য টিলক এক্সপ্ৰেছ নামৰ ৰেলখনত কলিকতালৈ গৈ আছিল । পাণ্ডু ৬ নম্বৰত ৰেলখনৰ গতি হ্ৰাস পোৱাত তিনি দুৰ্বৃত্তই যুৱকজনৰ পৰা মোবাইলটো কাঢ়ি ৰেলৰ পৰা জপিয়াই পলায়ন কৰে । বিক্ৰম চৌধুৰী নামৰ যুৱকজনো চোৰ কেইটাক খেদি যায় । পিছত স্থানীয় ৰাইজৰ সহযোগত কৰায়ত্ব কৰে চোৰ তিনিটাক ।

চলন্ত ৰেলৰ পৰা মোবাইল চুৰিক কেন্দ্ৰ কৰি পাণ্ডুত উত্তপ্ত পৰিস্থিতি

লগতে পঢ়ক: নিৰ্বাচনত জয়ী হৈ নিজ সমষ্টিত উপস্থিত নৰেন্দ্ৰ মোডী

এই ঘটনাক কেন্দ্ৰ কৰিয়ে উত্তপ্ত হৈ পৰে পাণ্ডু অঞ্চল । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰঞ্জন দেৱনাথ, জিয়াউল আলী আৰু চালাম নামৰ চোৰ কেইটাক থানালৈ লৈ যায় ।

Intro:নিশা মহানগৰীৰ পাণ্ডুত উত্তপ্ত পৰিস্থিতি। চলন্ত ৰেলৰ পৰা মোবাইল চুৰিক কেন্দ্ৰ কৰিয়ে সৃষ্টি হয় এই পৰিস্থিতিৰ। বিক্ৰম চৌধুৰী নামৰ এজন যুৱকে লোকমান্য টিলক এক্সপ্ৰেছ নামৰ ৰেলখনত কলিকতালৈ গৈ আছিল। পাণ্ডু ৬নম্বৰত ৰেলখনৰ গতি হ্ৰাস পোৱাত তিনি দুৰ্বৃত্তই যুৱকজনৰ পৰা মোবাইলটো কাঢ়ি ৰেলৰ পৰা জপিয়াই পলায়ন কৰে। বিক্ৰম চৌধুৰী নামৰ যুৱকজনো চোৰ কেইটাক খেদি যায়। পিছত স্থানীয় ৰাইজৰ সহযোগত কৰায়ত্ব কৰে চোৰ তিনিটাক। এই ঘটনাক কেন্দ্ৰ কৰিয়ে উত্তপ্ত হৈ পৰে পাণ্ডু অঞ্চল। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰঞ্জন দেৱনাথ, জিয়াউল আলী আৰু চালাম নামৰ চোৰ কেইটাক থানালৈ লৈ যায়।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.