ETV Bharat / state

বকোত পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

author img

By

Published : Nov 25, 2020, 7:31 AM IST

বকোৰ লামপাৰাৰ সমীপৰ শালনিত ভয়ংকৰ পথ দুৰ্ঘটনা । অচিনাক্ত বাহনৰ খুন্দাত বাইক আৰোহী নিহত ।

road accident
road accident

বকো, 25 নৱেম্বৰ : ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । বকোৰ লামপাৰাৰ সমীপৰ শালনিত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ অচিনাক্ত বাহনৰ খুন্দাত বাইক আৰোহী নিহত । মৃত বাইক আৰোহীজন বকো থানাৰ অন্তৰ্গত বগাই বাকাৰাপাৰা গাঁৱৰ কপিল ৰাভা বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS-01EM-8714 । দুৰ্ঘটনাস্থলীত উপস্থিত বকো আৰক্ষী ।

road accident
পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

উল্লেখ্য যে, এক প্ৰকাৰ মৰণফাণ্ডলৈ পৰিণত হৈছে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ বকোৰ পৰা গুৱাহাটীৰ জালুকবাৰী পৰ্যন্ত পথৰ দুৰৱস্থা আৰু বিভিন্ন কাৰণত নিতৌ সংঘটিত হয় সৰু-ডাঙৰ বহুতো পথ দুৰ্ঘটনা ।

লগতে পঢ়ক : বাক্যবাণ : বিশ্বজিৎ দৈমাৰী বনাম চন্দন ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.