ETV Bharat / state

কাগজ কলৰ স্বাৰ্থত ভোটদান জাগীৰোডবাসীৰ

author img

By

Published : Apr 18, 2019, 12:05 PM IST

কেন্দ্ৰত যি চৰকাৰে গঠন নহওক দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰিব লাগিব বুলি মন্তব্য কৰে ভোটাৰে ৷ অসমৰ কৰিমগঞ্জ, শিলচৰ,মঙলদৈ,নগাঁও, স্বায়ত্ব শাসিত জিলা আৰু মণিপুৰৰ মণিপুৰ ইনাৰত ইতিমধ্যে আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া । আনহাতে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত পূব ত্ৰিপুৰা সমষ্টিত হ'বলগীয়া নিৰ্বাচন সুৰক্ষাজনিত কাৰণত বাতিল কৰা হয় ।

নগাঁও কাগজ কলৰ স্বাৰ্থত ভোটদান জাগীৰোডবাসীৰ

মৰিগাঁও, ১৮ এপ্ৰিলঃ মৰিগাঁৱৰ জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰত ভোটাৰৰ ব্যাপক ভিৰ । ভোট দিবলৈ ওলাই অহা ভোটাৰ ৰাইজৰ প্ৰতিক্ৰিয়া-কেন্দ্ৰত যি চৰকাৰে গঠন নহওক দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰিব লাগিব বুলি মন্তব্য কৰে ভোটাৰে ।

নগাঁও কাগজ কলৰ স্বাৰ্থত ভোটদান জাগীৰোডবাসীৰ

উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ২ খন ৰাজ্যৰ ৬ খন লোকসভা আসনৰ বাবে আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন । অসমৰ কৰিমগঞ্জ, শিলচৰ,মঙলদৈ,নগাঁও, স্বায়ত্ব শাসিত জিলা আৰু মণিপুৰৰ মণিপুৰ ইনাৰত ইতিমধ্যে আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া । আনহাতে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত পূব ত্ৰিপুৰা সমষ্টিত হ'বলগীয়া নিৰ্বাচন সুৰক্ষাজনিত কাৰণত বাতিল কৰা হয় ।

Intro:জাগীৰোড স্থিত জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ত দেখা গল ভোটদাতা সকলৰ ব্যাপক ভিৰ । এই কেন্দ্ৰলৈ ভোট দিবলৈ অহা ভোটাৰসকলে বাবে বিচাৰিছে কেন্দ্ৰত যি চৰকাৰে গঠিত হয় , বন্ধ হৈ থকা নগাঁও কাগজ কল পুনৰজ্জিব্বীত কৰিব লাগে ।

Body:উত্তৰ পূৰ্বাঞ্চলৰ ২ খন ৰাজ্যৰ ৬ খন লোকসভা আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ । অসমৰ ৫ খন কৰিমগঞ্জ , শিলচৰ , সাহিত্য-শাষিত জিলা ,মঙ্গলদৈ , নগাঁও আৰু মণিপুৰৰ মণিপুৰ ইন-আৰ আৰম্ভ ভোটদান প্ৰক্ৰিয়া । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত আৰম্ভ ভোটদান প্ৰক্ৰিয়া । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ত ত্ৰিপুৰাৰ ত্ৰিপুৰা পূৰ্ব ত হবলগীয়া নিৰ্বাচন সুৰক্ষাজনিত কাৰণত বাতিল কৰা হয় । ২৩ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ হব ।

Conclusion:কেন্দ্ৰত চৰকাৰ গঠন হোৱাৰ পিছত জাগীৰোডৰ স্থানীয় বাসিন্দা সকলে ভৱা দৰে বন্ধ হৈ থকা নগাঁও কাগজ কলৰ পুনৰজিব্বীত কৰাৰ কাম হাতত লয় নে নলয় সময়ে কব ।

Byte and DL Hindi
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.