ETV Bharat / state

লক্​ ডাউনৰ মাজতে উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পত ৰাইজৰ প্ৰতিবাদ - উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পটোৱে

পানী যোগান অনিয়মীয়া হোৱাৰ ফলত এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে উত্তৰ গুৱাহাটীবাসীয়ে ৷ উল্লেখ্য যে, পানী যোগান প্ৰকল্পটো মেৰামতিৰ নামত বিষয়া কৰ্মচাৰীয়ে লাখ লাখ টকা ব্যয় কৰে যদিও প্ৰকল্পটোৱে ৰাইজক নিয়মীয়াকৈ পানী যোগান ধৰাত ব্যৰ্থ হৈ আহিছে বুলি অৱগত কৰে প্ৰতিবাদকাৰীয়ে ।

Local protest against the water supply is not regular in north Guwahati
লক্​ ডাউনৰ মাজতে উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পত ৰাইজৰ প্ৰতিবাদ
author img

By

Published : May 12, 2020, 1:11 PM IST

উত্তৰ গুৱাহাটী, 12 মে' : লক্​ ডাউনৰ মাজতে মঙলবাৰে উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ স্থানীয় ৰাইজে । দৰাচলতে, পানী যোগানৰ নামত উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পটোৱে ৰাইজক দীৰ্ঘদিনৰ পৰা জ্বলাকলা খুৱাই অহাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ পানী যোগান অনিয়মীয়া হোৱাৰ ফলত এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে উত্তৰ গুৱাহাটীবাসীয়ে ৷

লক্​ ডাউনৰ মাজতে উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পত ৰাইজৰ প্ৰতিবাদ

লগতে পঢ়ক : সমাগত বাৰিষাক লৈ চিন্তিত বান বিধ্বস্ত অঞ্চলৰ লোক !

উল্লেখ্য যে, পানী যোগান প্ৰকল্পটো মেৰামতিৰ নামত বিষয়া কৰ্মচাৰীয়ে লাখ লাখ টকা ব্যয় কৰে যদিও প্ৰকল্পটোৱে ৰাইজক নিয়মীয়াকৈ পানী যোগান ধৰাত ব্যৰ্থ হৈ আহিছে বুলি অৱগত কৰে প্ৰতিবাদকাৰীয়ে । ২৪ ঘন্টাৰ ভিতৰত পানী যোগান নিয়মীয়া নহ'লে প্ৰকল্পটোত তলা লগাই দিয়াৰো হুংকাৰ দিয়ে ৰাইজে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.