ETV Bharat / state

প্ৰচণ্ড ধুমুহাত তচনচ সোণাপুৰঃ আহত 10 - injured 10

মাজনিশা অহা বা-মাৰলিয়ে সোণাপুৰ থানাৰ অন্তৰ্গত হহৰা গাঁও পঞ্চায়ত এলেকাত ব্যাপক তাণ্ডৱ চলায় ৷ ধুমুহাত ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে বহু বাসগৃহ ভাঙি পেলায় ৷ হহৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গুমূৰীয়া,কমাৰকুছি,কলংপাৰ,বৰগুগ,বেগিৱাৰী আদি বহু কেইখন গাঁৱত ধুমুহাৰ ফলত গছ-গছনি ভাঙি বিস্তৰ ক্ষতি হোৱাৰ লগতে কম-বেছি পৰিমাণে 10 জনকৈ লোক আহত হয়। আহত সকলক সোণাপুৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

তচনচ সোণাপুৰ
author img

By

Published : Aug 7, 2019, 1:07 PM IST

সোণাপুৰ,7 আগষ্টঃ মঙলবাৰে নিশা প্ৰচণ্ড ধুমুহা-বৰষুণে ব্যাপক ক্ষতি-সাধন কৰে মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ ভিন্ন অঞ্চল ৷ মাজনিশা অহা বা-মাৰলিয়ে সোণাপুৰ থানাৰ অন্তৰ্গত হহৰা গাঁও পঞ্চায়ত এলেকাত ব্যাপক তাণ্ডৱ চলায় ৷ ধুমুহাত ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে বহু বাসগৃহ ভাঙি পেলায় ৷

তচনচ সোণাপুৰঃ

হহৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গুমূৰীয়া,কমাৰকুছি,কলংপাৰ,বৰগুগ,বেগিৱাৰী আদি বহু কেইখন গাঁৱত ধুমুহাৰ ফলত গছ-গছনি ভাঙি বিস্তৰ ক্ষতি হোৱাৰ লগতে কম-বেছি পৰিমাণে 10 জনকৈ লোক আহত হয়। আহত সকলক সোণাপুৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।মাজনিশাৰ ধুমুহাত সমতা অঞ্চলৰ পৰা পবিত্ৰলৈ যোৱা পথচোৱাত বৃহৎ বৃহৎ গছ-গছনি ভাঙি যাতায়ত বন্ধ হৈ পৰে। লগতে বিদ্যুৎ ব্যৱস্থাও সম্পূৰ্ণৰূপে ব্যহত হৈ পৰে। ইতিমধ্যে ঘটনাস্থলীত বন বিভাগ উপস্থিত হৈ বন্ধ হৈ পৰা পথছোৱা সুচল কৰিবলৈ কাম অব্যাহত ৰাখিছে।

Intro: প্ৰচণ্ড ধুমুহা বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে দহ জনকৈ লোক আহত

Body:যোৱা নিশা ৯:৪৫ বজাত অহা প্ৰচণ্ড ধুমুহাত ঠায়ে ঠায়ে বিস্তৰ ক্ষতিসাধন হয়। মহানগৰীৰ সমীপৱৰ্তী অঞ্চল সোণাপুৰ থানাৰ অন্তৰ্গত হহৰা গাঁও পঞ্চায়ত এলেকাতো এই প্ৰচণ্ড ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন হয়।

জানিব পৰা অনুসৰি উক্ত এলেকাৰ গুমূৰীয়া কমাৰকুছি কলংপাৰ বৰগুগ বেগিৱাৰী আদি ভিন্ন গাঁৱত গছ-গছনি ভাঙি ব্যপক ক্ষতি হয়। আৰু লগতে কম-বেছি পৰিমানে দহ জনকৈ লোক আহত হয়। আহত কেইগৰাকীক সোণাপুৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই প্ৰচণ্ড ধুমুহা সমতাৰ পৰা পবিত্ৰ লৈকে অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ যোৱা পথচোৱাত বৃহৎ বৃহৎ গছ-গছনি ভাঙি যথেষ্ট ক্ষতিসাধন হোৱাত পথছোৱা যাতায়তৰ বাবে বন্ধ হৈ পৰে। লগতে বিদ্যুৎ ব্যৱস্থাও সম্পূৰ্ণৰূপে ব্যহত হৈ পৰে।

Conclusion:ঘটনাৰ খবৰ পায়ে বন বিভাগ ততাতয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ বন্ধ হৈ পৰা পথছোৱা সুচল কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।
Byte

Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.