ETV Bharat / state

ট্ৰলী বেগত সোণৰ চকা !! - ট্ৰলি বেগ

গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ সোণ জব্দ

GUWAHATI
author img

By

Published : Mar 28, 2019, 5:20 PM IST

গুৱাহাটী,28 মাৰ্চঃ ট্ৰলীবেগৰ চকাত সোণ সৰবৰাহৰ চেষ্টা । ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীত গুৱাহাটী ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ সোণ ।

ট্ৰলি বেগৰ সোণৰ চকা !

গুৱাহাটী ৰেল ষ্টেচনেৰে বহিঃৰাজ্যলৈ সোণ সৰবৰাহৰ চেষ্টা । বৃহস্পতিবাৰে পুৱা ৰেল আৰক্ষীয়ে এটা পৰিত্যক্ত বেগত সন্দেহবশতঃ তালাচী চলাই প্ৰায় 1,298 কিল'গ্ৰাম সোণ উদ্ধাৰ কৰে । ট্ৰলীবেগৰ চাৰিটা চকাৰ তিনিটা চকা নিৰ্মাণ কৰা হৈছিল সোণেৰে ।

Intro:গুৱাহাটী ৰেল ষ্টেচনত ১.২৯৮ কিল'গ্ৰাম সোন জব্দ।

Body:গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমানৰ সোন উদ্ধাৰ। উদ্ধাৰ কৰা সোন খিনিৰ ওজন ১.২৯৮ কিল'গ্ৰাম। পুৱা ৭.৩০ বজাত নিয়মীয়া তালাচিত ১ নম্বৰ প্লেটফাৰ্মত উদ্ধাৰ সোন খিনি। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত সোন খিনি আনৰ সন্দেহ। এটা পৰিত্যক্ত বেগত সন্দেহ বশত তালাচী চালাওঁতেই উদ্ধাৰ হয় সোন খিনি। ট্ৰলি বেগটোৰ চাৰিটা চকাৰ তিনি চকা নিৰ্মান কৰা হৈছিল সোনেৰে।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.