কামৰূপ, 22 জুলাইঃ পানী শুকাইছে যদিও বৰ্তমানেও আশ্ৰয় শিবিৰতে দিন পাৰ কৰিব লগা হৈছে কামৰূপ দৰং সীমান্তবৰ্তী অঞ্চল কুৰুৱাবাসীয়ে। তাৰ মাজতে জালুকবাৰী সমষ্টিৰ যুৱপ্ৰজন্মৰ এটা দল সোমবাৰে কুৰুৱাত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য বিতৰণ কৰে। ইফালে বানপানীৰ দুখ বেজাৰ পাহৰি সমূহীয়া প্ৰীতি ভোজত ব্যস্ত হৈ পৰিছে কুৰুৱাৰ বানাক্ৰান্ত ৰাইজ ।
আশ্ৰয় শিবিৰত বন্যাৰ্তৰ প্ৰীতি ভোজ - দৰং
কামৰূপ দৰং সীমান্তবৰ্তী অঞ্চল কুৰুৱাবাসীয়ে বানপানীৰ দুখ বেজাৰ পাহৰি ব্যস্ত হৈ পৰিছে সমূহীয়া প্ৰীতি ভোজত
আশ্ৰয় শিবিৰত বন্যাৰ্তৰ প্ৰীতি ভোজ
কামৰূপ, 22 জুলাইঃ পানী শুকাইছে যদিও বৰ্তমানেও আশ্ৰয় শিবিৰতে দিন পাৰ কৰিব লগা হৈছে কামৰূপ দৰং সীমান্তবৰ্তী অঞ্চল কুৰুৱাবাসীয়ে। তাৰ মাজতে জালুকবাৰী সমষ্টিৰ যুৱপ্ৰজন্মৰ এটা দল সোমবাৰে কুৰুৱাত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য বিতৰণ কৰে। ইফালে বানপানীৰ দুখ বেজাৰ পাহৰি সমূহীয়া প্ৰীতি ভোজত ব্যস্ত হৈ পৰিছে কুৰুৱাৰ বানাক্ৰান্ত ৰাইজ ।
Intro:*SLUG= NORTH GHY YOUTH RELIFE AT KURUA FLOOD AFFECTED*
SCRIPT= পানী শুকাইছে যদিও আপোন ঘৰখনলৈ যাব পৰা নাই কুৰুৱাৰ বানাক্ৰান্ত সকল । হঠাৎ অহা বানে ধাহি ধুহি লৈ গ'ল আপোন ঘৰখন । ।
Body:আশ্ৰয় শিবিৰত দিন পাৰ কৰিছে কামৰূপ দৰং সীমান্তবৰ্তী অঞ্চল কুৰুৱাবাসীয়ে । বানাক্ৰান্ত কুৰুৱালৈ জালুকবাৰীৰ সমষ্টিৰ যুৱপ্ৰজন্মৰ ধল । বিতৰন কৰিলে মহিলা সকলৰ ব্যৱহাৰৰ কিছু সামগ্ৰী ।বানে ধুৱা কুৰুৱাত বিপৰীত ছবি । ইফালে ৩ হাজাৰ বানাক্ৰান্তলৈ প্ৰীতি ভোজৰ ব্যৱস্থাConclusion:বানপানীৰ দুখ বেজাৰ পাহৰি সমূহীয়া ভোজ ভাতত ব্যস্ত বানাক্ৰান্ত পুৰুষ মহিলা । কোনোৱে যদি পাচলি কটাত ব্যস্ত আন কোনো ব্যস্ত খাদ্য প্ৰস্তুত কৰাত । লগে ভাগে এখাজ খোৱাৰ আয়োজন ।

Last Updated : Jul 22, 2019, 5:24 PM IST