ETV Bharat / state

ফেনীৰ প্ৰভাৱ অসমত!অসমত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা !

শ্ৰীলংকাৰ দক্ষিণ দিশত উৎপত্তি হোৱা ঘূৰ্ণি বতাহ ফেনীৰ প্ৰভাৱ পৰিব অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত

author img

By

Published : May 2, 2019, 9:24 PM IST

ফেনীৰ প্ৰভাৱ অসমত ! অসমত চলিব নেৰানেপেৰা বৰষুণ !

আজাৰা,২ মেঃ শুকুৰবাৰৰ পৰা শ্ৰীলংকাৰ দক্ষিণ দিশত উৎপত্তি হোৱা ঘূৰ্ণি বতাহ ফেনীৰ প্ৰভাৱ পৰিব অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত। ১ মে'ৰ পৰা ২ মে' লৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ঠাইত বৰষুণ অহাৰ সম্ভাৱনা আছে যদিও আগন্তুক ৪ তাৰিখৰ পৰা অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

ফেনীৰ প্ৰভাৱ অসমত ! অসমত চলিব নেৰানেপেৰা বৰষুণ !

যদিওবা ফেনীক বৰ্তমানলৈ পশ্চিমবংগলৈকে সীমাবদ্ধ হিচাপে ধৰা হৈছে কিন্তু অসমকো চুই যাব পাৰে এই ফেনীয়ে। আনহাতে পুৰীত ২মে' তাৰিখে ঘন্টাত ১৭০ কিমি বেগেৰে ধুমুহা অহাৰ সম্ভাৱনা আছে।

Slug:-As_kam_1may_fani_effect_821_vis+bite+photo_as10020

ফেণীৰ প্ৰভাৱ অসমত ! অসমত চলিব নেৰানেপেৰা বৰষুণ ।

Ocvo..শ্ৰীলংকাৰ দক্ষিণ দিশত উৎপত্তি হোৱা ঘুৰ্ণী বতাহ ফেণীৰ প্ৰভাৱ পৰিব অসমত । অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত কাইলৈৰ পৰা কিছু পৰিমানে পৰিব প্ৰভাৱ । আজিৰ পৰা ২ মে লৈ অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত কিছু ঠাইত বৰষুণ অহাৰ সম্ভাৱনা আছে যদিও আগন্তুক ৪ তাৰিখৰ পৰা বিভিন্ন ঠাইত প্ৰচুৰ ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই । যদিওৱা ফণীক বৰ্তমানলৈ পশ্চিম বংগলৈ সীমাবন্ধ হিচাপে ধৰা হৈছে কিন্তু অসমকো চুই যাব পাৰে এই ফণীয়ে । আনহাতে পুৰীত অহাকাইলৈ ঘন্টাত ১৭০ কিমি বেগেৰে ধুমুহা অহাৰ সম্ভাৱনা আছে ।

Bite..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.