ETV Bharat / state

এন আৰ চিৰ নিৰাপত্তা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ সংবাদমেল - ছ'চিয়েল মিডিয়া

এন আৰ চি চূড়ান্ত তালিকা প্ৰকাশলৈ কেইবাঘণ্টা বাকী থকাৰ বাবে ৰাইজক সুৰক্ষা প্ৰদান নিৰাপত্তাৰ ক্ষেত্ৰত সকলো জিলা আৰক্ষী বিষয়া,অধীক্ষক, জিলা উপায়ুক্তসকলক সষ্টম থকাৰ বাবে নিৰ্দেশ জাৰি কৰিছে।

নিৰাপত্তা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ সংবাদমেল
author img

By

Published : Aug 30, 2019, 6:57 PM IST

গুৱাহাটী, 30আগষ্টঃ এন আৰ চি চূড়ান্ত তালিকা প্ৰকাশলৈ মাজত মাথো কেইটামান মুহূৰ্ত বাকী ৷ শুকুৰবাৰে এন আৰ চিৰ সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে। এন আৰ চি চূড়ান্ত তালিকা প্ৰকাশলৈ কেইবাঘণ্টা বাকী থকাৰ বাবে ৰাইজক সুৰক্ষা প্ৰদান নিৰাপত্তাৰ ক্ষেত্ৰত সকলো জিলা আৰক্ষী বিষয়া,অধীক্ষক,জিলা উপায়ুক্তসকলক সষ্টম থকাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। ইপিনে এনে সময়ত ছ'চিয়েল মিডিয়াত উৰা বাতৰি,সাম্প্ৰদায়িক মন্তব্য কৰি সম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনায় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। ইয়াৰোপৰি কোনো ৰাজনৈতিক নেতাইও যদি এন আৰ চি সন্দৰ্ভত সাম্প্ৰদায়িক মন্তব্য আগবঢ়ায় তেনেহলে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হ'ব বুলি কয় সঞ্চালক প্ৰধানগৰাকীয়ে ।

নিৰাপত্তা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ সংবাদমেল

শেহতীয়াকৈ মহানগৰীত এ টি এম হেক কৰা বিষয়টোৰ সন্দৰ্ভতো মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ। এই ক্ষেত্ৰত বেংক কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে মিলি এ টি এম পৰীক্ষা কৰিব বুলি জনায়। ইতিমধ্যে মুম্বাই আৰক্ষীৰ সৈতেও যোগাযোগ কৰিছে অসম আৰক্ষীয়ে। ইয়াৰোপৰি ৰাজ্যৰ এন এছ কেৰ ক্ষেত্ৰতো মন্তব্য আৰক্ষী সঞ্চালক গৰাকীৰ। ৰাজ্যত 2 হাজাৰ 5শ এন এছ কে আছে। অতিৰিক্তভাৱে 51 কোম্পানী নিৰাপত্তাৰ বাবে লোৱা হৈছে। আৰু 167 কোম্পানী নিৰাপত্তা বাহিনী পূৰ্বৰ পৰাই আছে বুলি কয় আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

Intro:এন আৰ চি নিৰাপত্তা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ সংবাদমেল

Body:এন আৰ চি চূড়ান্ত তালিকা প্ৰকাশলৈ মাথো কেইটামান মুহূৰ্ত বাকী থকাৰ সময়ত অসম আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই অসম আৰক্ষী সঞ্চালকৰ কাৰ্যালয়ত শুকুৰবাৰে এক গুৰুত্বপূৰ্ণ সংবাদমেলৰ সম্বোধন কৰি কেতবোৰ মন্তব্য আগবঢ়ায়। এন আৰ চি চূড়ান্ত তালিকা প্ৰকাশলৈ কেইবাঘণ্টা বাকী থকাৰ বাবে ৰাইজক সুৰক্ষা প্ৰদান নিৰাপত্তাৰ ক্ষেত্ৰত সকলো জিলা আৰক্ষী বিষয়া, অধীক্ষক, জিলা উবায়ুক্তসকলক সষ্টম থকাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। ছচিয়েল মিডিয়াত উৰাবাতৰি, সাম্প্ৰদায়িক মন্তব্য কৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়াপোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনায় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। ইয়াৰোপৰি কোনো ৰাজনৈতিক নেতাইও যদি এন আৰ চি সন্দৰ্ভত সাম্প্ৰদায়িক মন্তব্য আগবঢ়ায় তেনেহলে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হ'ব বুলি কয়।

শেহতীয়াকৈ মহানগৰীত এ টি এম হেক কৰা বিষয়টোৰ সন্দৰ্ভতো মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ। এই ক্ষেত্ৰত বেংক কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে মিলি এ টি এম পৰীক্ষা কৰিব বুলি কয়। ইতিমধ্যে মুম্বাই আৰক্ষীৰ সৈতেও যোগাযোগ কৰিছে অসম আৰক্ষীয়ে।

ইয়াৰোপৰি ৰাজ্যৰ এন এছ কে ক্ষেত্ৰতো মন্তব্য আৰক্ষী সঞ্চালক গৰাকীৰ। ৰাজ্যত 2হাজাৰ 5শ এন এছ কে আছে। অতিৰিক্তভাৱে 51 কোম্পানী নিৰাপত্তাৰ বাবে লোৱা হৈছে। আৰু 167 কোম্পানী নিৰাপত্তা বাহিনী পূৰ্বৰ পৰাই আছে বুলি কয়।

আৰক্ষী প্ৰশাসনক প্ৰতি মুহূৰ্ততে সষ্টম হৈ থকাৰ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.