ETV Bharat / state

আমিনগাঁৱত মুকলি COVID-19 স্বাস্থ্য পৰীক্ষা আৰু পঞ্জীয়ন কেন্দ্ৰ

author img

By

Published : May 24, 2020, 10:32 PM IST

এতিয়াৰে পৰা ৰে'ল, বাছ, বিমানেৰে অহা লোকসকলক সৰুসজাইৰ পৰিৱৰ্তে আমিনগাঁৱত কৰা হ'ব স্বাস্থ্য পৰীক্ষা, স্বাৱ টেষ্ট আৰু পঞ্জীয়ন হ'ব তেওঁলোকৰ নাম । এই কথা আজি সাংবাদিকক জানিবলৈ দিয়ে কামৰূপ(গ্ৰাম্য) জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে ৷

COVID-19 Health Examination and Registration Center at Amingaon
আমিনগাঁৱত মুকলি COVID-19 স্বাস্থ্য পৰীক্ষা আৰু পঞ্জীয়ন কেন্দ্ৰ

আমিনগাঁও, 24মে': কামৰূপ(গ্ৰাম্য)জিলাৰ আমিনগাওঁত আজি মুকলি কৰা হয় COVID19 স্বাস্থ্য পৰীক্ষা আৰু পঞ্জীয়ন কেন্দ্ৰ ৷ এতিয়াৰে পৰা ৰে'ল, বাছ, বিমানেৰে অহা লোকসকলক সৰুসজাইৰ পৰিৱৰ্তে আমিনগাঁৱত কৰা হ'ব স্বাস্থ্য পৰীক্ষা, স্বাৱ টেষ্ট আৰু পঞ্জীয়ন হ'ব তেওঁলোকৰ নাম ।

এই কথা সাংবাদিকক জানিবলৈ দিয়ে কামৰূপ(গ্ৰাম্য) জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে ৷ ইয়াৰ উপৰিও বহিঃ ৰাজ্যৰ পৰা কামৰূপ জিলালৈ অহা প্ৰতিগৰাকী লোকক স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেণ্টাইনত ৰাখিবলৈ সাজু হোৱা বুলি কৈ জিলাখনত কেইবাটাও অত্যাধুনিক কোৱাৰেণ্টাইন চেণ্টাৰ সক্ৰিয় হৈ আছে বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷ আনহাতে পৰৱৰ্তী সময়ত জিলাখনত সমষ্টি ভিত্তিত কোৱাৰেণ্টাইন চেণ্টাৰৰ ব্যৱস্থা কৰা হ'ব বুলি সাংবাদিকক অৱগত কৰে কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকে ৷

লগতে পঢ়কঃতীৰ্থস্থানক কেন্দ্ৰ কৰি ৰাজ্যত পৰ্যটনৰ নতুন উদ্যোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.