ETV Bharat / state

কামৰূপৰ আৰক্ষী চকীৰ সন্মুখত নিষিদ্ধ কফ চিৰাপৰ বটল জব্দ

দৈনিক তালাচীৰ সময়ত আৰক্ষীয়ে নিষিদ্ধ কফ চিৰাপৰ বটল সমূহ জব্দ কৰে ৷

author img

By

Published : Aug 29, 2019, 3:32 PM IST

কফ চিৰাপৰ বটল জব্দ

গুৱাহাটী, 29 আগষ্টঃ বুধবাৰে কামৰূপৰ দদৰা আৰক্ষী চকী সন্মুখত আৰক্ষীয়ে বহু পৰিমাণৰ নিষিদ্ধ কফ চিৰাপৰ বটল জব্দ কৰে৷ দৈনিক তালাচীৰ সময়ত আৰক্ষীয়ে এই নিষিদ্ধ কফ চিৰাপৰ বটল সমূহ জব্দ কৰে৷

কফ চিৰাপৰ বটল জব্দ

এই সন্দৰ্ভত আৰক্ষীয়ে এখন AS-25-J-5493 নম্বৰৰ মটৰ চাইকেল আৰু এখন নম্বৰ পিলেট বিহিন কলা ৰঙৰ স্কুটি সহ তিনিজন যুৱকক আটক কৰে৷ আটকাধীন যুৱক কেইজন ক্ৰমে চাফেদ আলী,আজিজ আলী আৰু আনজন আৰুজুল ইছলাম৷ চাফেদ আলীৰ ঘৰ হাজোৰ বৰ্নী আৰু আজিজ আলী আৰু আৰুজুল ইছলামৰ ঘৰ হাজোৰ দামপুৰত বুলি জানিব পৰা গৈছে৷

Intro:SUALKUCHI BREAKING
28/08/19

কামৰূপৰ দদৰা আৰক্ষী চকী সন্মুখত দৈনিক তালাচীত দুখন মটৰ চাইকেল সহ তিনিজন যুৱকক লগতে বহু পৰিমানৰ নিষিদ্ধ কফ চিৰাপৰ বটল উদ্ধাৰ ।

Body:দুখন মটৰ চাইকেলৰ এখন নম্বৰ পিলেট বিহিন কলা ৰং স্কুটি আৰু এখন AS-25-J-5493 নম্বৰৰ আপাচি
মটৰ চাইকেল ।Conclusion:আটক হোৱা যুৱক কেইজন ক্ৰমে চাফেদ আলি,আজিজ আলি আৰু আনজন আৰুজুল ইচলাম
চাফেদ আলিৰ ঘৰ হাজোৰ বৰ্নী আৰু আজিজ আলি আৰু আৰুজুল ইচলাম ৰ ঘৰ হাজোৰ দামপুৰত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.