ETV Bharat / state

বাইহাটা চাৰিআলিত ছাত্ৰৰ কৰুণ মৃত্যু

ছাত্ৰজনৰ মৃত্যুত ভাগি পৰিছে পিতৃ মাতৃ ৷ উৎকট গৰমৰ বাবে মৃত্যু মুখত পৰে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰগৰাকী ৷

author img

By

Published : Jun 13, 2019, 7:09 AM IST

etv bharat
  • উৎকট গৰমৰ বাবে মৃত্যু বাইহাটা শৈলেন্দ্ৰ কুমাৰ দত্ত হাইস্কুলৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ।
  • ছাত্ৰজন বাইহাটা চাৰিআলিৰ ভোমোলাহাটীৰ জিন্তু ঠাকুৰীয়া ৷
  • শাৰীৰিক ভাবে দুৰ্বল ছাত্ৰজনে স্কুল বিৰতিৰ সময়ত মধ্যাহ্ন ভোজন কৰাৰ পাছতেই অসুষ্ঠ হৈ পৰে ।
  • শিক্ষকসকলে চিকিৎসাৰ বাবে জিএনআৰচি লৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে ছাত্ৰগৰাকীয়ে মৃত্যুক আকোৱালি লয় ৷

Intro:Baihata Student Dead For Hot Weather

V/O:---বাইহাটা চাৰিআলিত ছাত্ৰৰ কৰুনমৃত্যু । উৎকত গৰমে প্ৰান ললে বাইহাটা চাৰিআলিৰ ভোমোলাহাটীৰ জিন্তু ঠাকুৰিয়া নামৰ শৈলেন্দ্ৰ কুমাৰ দত্ত হাইস্কুলৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ জনৰ । শাৰীৰিক ভাবে কিছু দুৰ্বল ছাত্ৰ জনে দৈনদ্দিন কৰাৰ কৰাৰ নিচিনাকৈ প্ৰৰ্থনা আদি কৰি লেজাৰৰ সময়লৈকে সুষ্ঠ শৰীৰে পাঠ গ্ৰহন কৰিছিল । লেজাৰৰ সময়ত মধ্যাহ্ন ভোজন কৰাৰ পিছতে ছাত্ৰজন অসুষ্ঠ হৈ পৰে । লগে শিক্ষক সকলে জিন্তু নামৰ ছাত্ৰ জনক চিকিৎসাৰ বাবে জি এন আৰ চি লৈ প্ৰেৰন কৰে যদিও ইতিমধ্যে ছাত্ৰ জনে শেষ নিশ্চাস ত্যগ কৰা বুলি চিকিৎসকে জনাই দিয়ে । অমায়িক স্বভাবৰ ছাত্ৰ জিন্তুৰ অকাল বিয়োগত শোকত ভাগি পৰে বিদ্যালয় খনিৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকল । আনফালে জিন্তুৰ মৃতদেহ আহি ঘৰ পোৱাৰ লগে লগে ক্ৰন্দনৰ ৰোল উঠে চোতালত । জিন্তু মৃতদেহ সাবতি ধৰি কান্দি উঠে পৰিয়ালৰ লোকৰ লগতে আত্মীয় সকল ।
বাইট:-----
Body:.Conclusion:..
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.