ETV Bharat / state

কমলপুৰত পানী যোগান আঁচনিৰ উদ্ধোধন দিগন্ত কলিতাৰ - কমলপুৰৰ বিধানসভা

কমলপুৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত কেইবাখনো গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি খোৱা পানীৰ সমস্যাৰ বাবে কৰিব লগীয়া হৈছিল আৰ্তনাদ । তাৰ মাজতে অঞ্চলবাসীৰ এই সমস্যা সমাধানৰ উদ্দেশ্যে অঞ্চলটোত উপস্থিত হয় কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ।

কমলপুৰত পানী যোগান আঁচনিৰ উদ্ধোধন দিগন্ত কলিতাৰ

author img

By

Published : May 27, 2021, 9:34 PM IST

বাইহাটা,27 মে’: কমলপুৰ বিধানসভা সমষ্টিৰ ভিতৰখোলা কাটনিপাৰা অঞ্চলৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰা দিশে ৷ জানিব পৰা মতে, 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত কেইবাখনো গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি খোৱা পানীৰ সমস্যাৰ বাবে কৰিব লগীয়া হৈছিল আৰ্তনাদ । তাৰ মাজতে অঞ্চলবাসীৰ এই সমস্যা সমাধানৰ উদ্দেশ্যে অঞ্চলটোত উপস্থিত হয় কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ।

কমলপুৰত পানী যোগান আঁচনিৰ উদ্ধোধন দিগন্ত কলিতাৰ

উল্লেখযোগ্য যে, বিধায়ক কলিতাৰ বিশেষ তৎপৰতাত আৰু ৰঙিয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত কাটনিপাৰা আৰু ভিতৰখোলা নামৰ এই দুখন গাঁৱত দুখনকৈ আঁচনিৰ শুভাৰম্ভ কৰে বিধায়ক দিগন্ত কলিতাই । প্ৰায় এক কৌটি 5 লাখ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগীয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাটনিপাৰা পানী যোগান আঁচনিয়ে গাঁওদুখনৰ প্ৰায় 192 টা পৰিয়ালক সামৰি ল'ব ।

একেদৰে ৰাষ্ট্ৰীয় জল জীৱন আচঁনিৰ অধীনত 95 লাখ ব্যয় সাপেক্ষে নিৰ্মাণৰত ভিতৰখোলা পানী যোগান আঁচনিয়ে গাঁৱখনৰ 382 পৰিয়ালক সামৰি ল’ব ।

লগতে পঢ়কঃ নলবাৰীৰ কথিত ভাষাক লৈ ইতিকিং কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.