ETV Bharat / state

71 সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে সাজু ৰাজ্য

author img

By

Published : Jan 25, 2020, 3:13 PM IST

দেশৰ 71 সংখ্যক গণতন্ত্ৰ দিৱসক লৈ সমগ্ৰ দেশতে ব্যাপক প্ৰস্তুতি ৷ তাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্ততো ব্যাপক আয়োজন গণতন্ত্ৰ দিৱসৰ ৷

Assam ready for 71th Republic day of India
71 সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে সাজু ৰাজ্য

নলবাৰী, 25 জানুৱাৰীঃ গণতন্ত্ৰ দিৱসক লৈ দেশজুৰি ব্যাপক প্ৰস্তুতি ৷ দেশজুৰি সষ্টম নিৰাপত্তাৰক্ষী ৷ দেশৰ লগতে ৰাজ্যজুৰিও প্ৰস্তুতি তুংগত গণতন্ত্ৰ দিৱসৰ ৷ গণতন্ত্ৰ দিৱসক লৈ ৰাজ্যৰ চৌপাশৰ লগতে পেৰেড গ্ৰাউণ্ডত ব্যস্ত আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ লগতে ছাত্ৰ-ছাত্ৰী ৷ দেশৰ 71 সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে নলবাৰীতো জিলা প্ৰশাসনৰ উদ্যোগত চলিছে ব্যাপক প্ৰস্তুতি ৷ নলবাৰীৰ বিভিন্ন মহাবিদ্যালয়, বিদ্যালয়কে ধৰি আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ কেইবাটাও গোটে ব্যস্ত অনুশীলনত ৷

নলবাৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ খেলপথাৰত আয়োজক কৰা হৈছে 71 সংখ্যক গণতন্ত্ৰ দিৱসৰ ৷ আনহাতে এই কাৰ্যসূচীত পতাকা উত্তোলন জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই ৷ ইয়াৰোপৰি শ্ৰেষ্ঠ পঢ়ুৱৈৰ বঁটা প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷

71 সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে সাজু নলবাৰী

ধেমাজিঃ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ধেমাজিতো প্ৰস্তুতি তুংগত গণতন্ত্ৰ দিৱসৰ ৷ ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত কৰা হ’ব এই কাৰ্যক্ৰমণিকাৰ ৷ এইবেলি পেৰেডত 26 টা দলে অংশগ্ৰহণ কৰিব ৷ ইয়াৰ বাবে সাজু আৰক্ষীৰ দল তথা ছাত্ৰ-ছাত্ৰীসকল ৷

71 সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে সাজু ধেমাজি

আমিনগাঁওঃ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আমিনগাঁৱত অনুষ্ঠিত হ’ব লগা গণতন্ত্ৰ দিৱসৰ প্ৰস্তুতি তুংগত ৷ আমিনগাঁৱৰ নুমলীজলাহ পেৰেড গ্ৰাউণ্ডত চলিছে পেৰেডৰ অন্তিম কুচকাৱাজত ব্যস্ত 12 টাকৈ দল ৷ উল্লেখ্য যে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ শৰ্মা, কামৰূপ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই গণৰাজ্য দিৱস উদযাপনস্থলী নুমলীজলাহ পেৰেড গ্ৰাউণ্ডত উপস্থিত হৈ তন্নতন্নকৈ পৰিদৰ্শন কৰে ।

71 সংখ্যক গণতন্ত্ৰ দিৱসৰ বাবে সাজু কামৰূপ

কমলপুৰঃ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কামৰূপৰ কমলুপৰতো কেন্দ্ৰীয় ভাবে উদযাপন কৰিব দেশৰ ৭১ সংখ্যক গণতন্ত্ৰ দিৱসৰ ৷ কমলপুৰ ৰাজহ চক্ৰ কাৰ্যালয় প্ৰাংগনত উদযাপন কৰিবলগীয়া গণতন্ত্ৰ দিৱসৰ বাবে হাতত লৈছে বিস্তৃত কাৰ্যসূচী । চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল ব্যস্ত গীতৰ আখৰাত । ইয়াৰ সমান্তৰালভাৱে কমলপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ জোৱান সকলো ব্যস্ত পেৰডৰ আখৰাত ।

আৰু পঢ়কঃ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপনৰ দিশে অগ্ৰসৰ হৈছে ভাৰতবৰ্ষ

Intro:সমগ্ৰ দেশে কাইলৈ উদযাপন কৰিব ৭১ সংখ্যক গণৰাজ্য দিৱস।Body:কাইলৈ গণৰাজ্য দিৱস।পেৰেড গ্ৰাউণ্ডত ব্যস্ত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লগতে ছাত্ৰ-ছাত্ৰী। দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে অন্য প্ৰান্তৰ লগতে নলবাৰীতো জিলা প্ৰশাসনৰ উদ্যোগত তুংগত উঠিছে।উল্লেখযোগ্য যে নলবাৰীতো বিভিন্ন বিদ্যালয়,মহাবিদ্যালয়কে ধৰি আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ কেইবাটিও প্লাটুনে অনুশীলনত ব্যস্ত হৈ পৰিছে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যলয়ৰ খেলপথাৰত।আনহাতে ৭১ তম গণৰাজ্য দিৱসৰ কাৰ্য্যসুচীত শ্ৰেষ্ঠ পঢুৱৈৰ বটা প্ৰদান কৰিব জিলা প্ৰশাসনে।লগতে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই উত্তোলন কৰিব বুলি জিলা উপাযুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে জানিবলৈ দিছে।Conclusion:বাইট ভাৰত ভূষণ দেৱ চৌধুৰী ,জিলা উপাযুক্ত।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.