ETV Bharat / state

আই আই টি গুৱাহাটীৰ সঞ্চালকৰ বিৰুদ্ধে ছাত্ৰৰ গোচৰ ৰুজু - STUDENT CASE FILE AGAINST DIRECTOR

আই আই টি গুৱাহাটীৰ বিত্তীয় খেলিমেলি সন্দৰ্ভত আমিনগাওঁ আৰক্ষী চকীত গোচৰ ৰুজু কৰে প্ৰতিষ্ঠানখনৰ ইলেক্ট্ৰনিক এণ্ড ইলেক্ট্ৰিকেল বিভাগৰ PHDৰ ছাত্ৰ বিকৰান সিঙে ।

আই আই টি গুৱাহাটীৰ সঞ্চালকৰ বিৰুদ্ধে ছাত্ৰৰ গোচৰ ৰুজু
author img

By

Published : Oct 11, 2019, 10:13 AM IST

আমিনগাঁও, 11 অক্টোবৰঃ দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত নজিৰ বিহীন ঘটনা । কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগেৰে সঞ্চালক টি জি চিঠাৰামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আই আই টিৰ ছাত্ৰই। জানিব পৰা মতে, আই আই টি গুৱাহাটীৰ বিত্তীয় খেলিমেলি সন্দৰ্ভত আমিনগাওঁ আৰক্ষী চকীত গোচৰ ৰুজু কৰে প্ৰতিষ্ঠানখনৰ ইলেক্ট্ৰনিক এণ্ড ইলেক্ট্ৰিকেল বিভাগৰ PHDৰ ছাত্ৰ বিকৰান সিঙে । আমিনগাওঁ আৰক্ষী চকীৰ 135/19 নম্বৰ ভাৰতীয় দণ্ডবিধি আইনৰ 409/34 IPC ধাৰাত ৰুজু হৈছে গোচৰ ।

আই আই টি গুৱাহাটীৰ সঞ্চালকৰ বিৰুদ্ধে ছাত্ৰৰ গোচৰ ৰুজু

উল্লেখ্য যে, বিগত 4 মাহ মানৰ পূৰ্বে আই আই টি গুৱাহাটীৰ সঞ্চালক হিচাপে যোগদান কৰিছিল টি জি চিঠাৰামে । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য ।

Intro:*SLUG= AMINGAON IIT STUDENT CASE FILE AGAINST DIRECTOR*

SCRIPT= দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান IIT গুৱাহাটীত নজিৰ বিহীন ঘটনা । ছাত্ৰই গোচৰ তৰিলে IIT গুৱাহাটীৰ সঞ্চালকৰ বিৰুদ্ধে । গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ আমিনগাওঁ আৰক্ষীৰ । Body:কেইবাটাওঁ গুৰুত্বপূৰ্ণ অভিযোগেৰে সঞ্চালক টি জি চিঠাৰামৰ বিৰুদ্ধে গোচৰ তৰিলে ছাত্ৰই । IIT গুৱাহাটীৰ বিত্তীয় খেলিমেলিৰ সন্দৰ্ভত আমিনাগাওঁ আৰক্ষী চকীত গোচৰ ৰুজু । আমিনগাওঁ আৰক্ষী চকীৰ 135/19 নম্বৰ ভাৰতীয় দণ্ডবিধি আইনৰ 409/34 IPC ধাৰাত ৰুজু হৈছে গোচৰ । IIT গুৱাহাটীৰ ইলেক্ট্ৰনিং এণ্ড ইলেক্ট্ৰিকেল বিভাগৰ PHDৰ ছাত্ৰ বিকৰান সিং Conclusion:উল্লেখ্য যে যোৱা চাৰিমানহ পূৰ্বে IIT গুৱাহাটীৰ সঞ্চালক হিচাপে যোগাদান কৰিছিল টি জি চিঠাৰামে । ছাত্ৰই সঞ্চালকৰ বিৰুদ্ধে গোচৰ তৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে শিক্ষা প্ৰতিষ্ঠানখনিত । আৰক্ষী তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.