ETV Bharat / state

ৰঙিয়াত আক্ৰাছুৰ প্ৰতিবাদ

author img

By

Published : Dec 1, 2020, 7:46 PM IST

ৰঙিয়া নগৰৰ গান্ধী মণ্ডপৰ সন্মুখত আক্ৰাছুয়ে ৩ ঘন্টীয়া গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।প্ৰতিবাদকাৰীসকলে বছৰ বছৰ ধৰি চৰকাৰে প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত কৰি বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী সকলক জনগোষ্ঠীৰ মৰ্যদা দিয়াৰ দাবী জনায়।

AAKRASU  protest in rangia
ৰঙিয়াত আক্ৰাছুৰ প্ৰতিবাদ

ৰঙিয়া, 1 ডিচেম্বৰঃমঙলবাৰে ৰঙিয়াত আক্ৰাছুয়ে সাব্যস্ত কৰে প্ৰতিবাদ । ৰঙিয়া নগৰৰ গান্ধী মণ্ডপৰ সন্মুখত আক্ৰাছুয়ে ৩ ঘন্টীয়া গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কোচ ৰাজবংশী জনগোষ্ঠীৰ মৰ্যদা প্ৰদান আৰু ৰঙিয়াৰ চিলাৰায় ভৱনৰ ভূমি উদ্ধাৰৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

AAKRASU  protest in rangia
ৰঙিয়াত আক্ৰাছুৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে বছৰ বছৰ ধৰি চৰকাৰে প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপিত কৰি বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী সকলক জনগোষ্ঠীৰ মৰ্যদা দিয়াৰ দাবী জনায়। অন্যথা ধাৰাবাহিকভাবে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

লগতে পঢ়কঃবাৰাণসীত ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তি বিনষ্ট,অশোক গেহলোটৰ প্ৰতিক্ৰিয়া প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.