ETV Bharat / state

বাইহাটা আৰক্ষীৰ জালত ৫ গাড়ী চোৰ - গাড়ী চোৰ

আৰক্ষীৰ অনুসন্ধানত আন এখন গাড়ী আজ্ঞাথুৰিৰ পৰা উদ্ধাৰ কৰাৰ লগতে লাল চৌধুৰী, মুস্তাক আহমেদ আৰু বিশ্বনাথ দাস নামৰ অন্য তিনিজন গাড়ীচোৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী

বাইহাটা আৰক্ষীৰ জালত ৫ গাড়ী চোৰ
author img

By

Published : Apr 12, 2019, 7:20 PM IST

গুৱাহাটী, ১২ এপ্ৰিলঃ গুৱাহাটী বাইহাটা চাৰিআলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৫ গাড়ী চোৰক । দুখন গাড়ী লগতে বহু আপত্তি জনক নথি-পত্ৰ উদ্ধাৰ ।

বাইহাটা আৰক্ষীৰ জালত ৫ গাড়ী চোৰ

উল্লেখ্য যে, মেঘালয়ৰ পৰা গুৱাহাটী আই আই টি লৈ চুইফট ডিজায়াৰ এখন ভাড়া কৰি আনিছিল দুজন লোকে, কিন্তু গন্তব্য স্থান পোৱাতো চালকক গাড়ীখন ৰখাবলৈ নিদি অন্য দিশলৈ বলপূৰ্বকভাৱে লৈ যাবলৈ দাবী কৰ । ইয়াৰ পিচতে চালক আৰু ভাড়া কৰি অনা দুয়োজন লোকৰ মাজত হতাহতি হোৱাত চালকজনে গাড়ীখন এৰি ,পলাই গৈ বাইহাটা আৰক্ষী থানাত উপস্থিত হয় আৰু আৰক্ষীক ঘটনা সম্পৰ্কত অৱগত কৰে । লগে লগে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । আনহাতে গাড়ীখনত লগাই থোৱা আছিল জি পি এছ। আৰক্ষীয়ে জিপিএছৰ তথ্যৰ ভিত্তিত বৰাগাঁওৰ পৰা গাড়ী সহিতে ৰূপক ডেকা আৰু জাকিৰ নামৰ দুৰ্বৃত্ত দুজনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জেৰাত গাড়ীচোৰ কেইজনে স্বীকাৰ কৰে যে আগতেও গাড়ীচোৰৰ লগত জড়িত থকাৰ কথা । আৰক্ষীৰ অনুসন্ধানত আন এখন গাড়ী আজ্ঞাথুৰিৰ পৰা উদ্ধাৰ কৰাৰ লগতে লাল চৌধুৰী, মুস্তাক আহমেদ আৰু বিশ্বনাথ দাস নামৰ অন্য তিনিজন গাড়ীচোৰক আটক কৰিবলৈ সক্ষম হয় । ইতিমধ্যে দুৰ্বৃত্ত কেইটাক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

Intro:Vo-কামৰূপ আৰক্ষীৰ বৃহ্ৎ সফলতা । বাইহাটা আৰক্ষীৰ জালত ৫ গাড়ী অপহৰনকাৰী । দুখন গাড়ী উদ্ধাৰৰ লগতে জব্দ বহু আপত্তি জনক নথি । উল্লেখ্য যে মেঘালয়ৰ পৰা গুৱাহাটী আই আই টি লৈ বুলি বুলি ভাড়ালৈ আনিছিল ৰূপক ডেকা আৰু জাকিৰ হুছেইনে । কিন্তু আই আই টি পোৱাৰ পিচতো গাড়ী খন লৈ যায় বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বাৰেডলা গাৱৰ ফালে । বাৰেডলা পোৱাৰ পিচতে ৰূপক আৰু জাকিৰে গাড়ী খনৰ চালকক পিচ ফালৰ পৰা বান্ধি দিয়ে । গাড়ীৰ ভিতৰতে চাক আৰু দুই অপহৰনকাৰিৰ মাজত হয় থৈয়া নথৈয়া ৰন । পিচত প্ৰাণৰ ভয়ত চালক জনে গাড়ীৰ পৰা নামি যায় আৰু উপস্থিত হয় বাইহাটা চাৰিআলি আৰক্ষী থানাত । ঘটনাৰ কথা গম পায় বাইহাটা আৰক্ষীৰ সজাতি দল এটাই নামি পৰে গাড়ী খনৰ সন্ধানত । গাড়ী খনত লগাই থোৱা আছিল জিপিএছ ।আৰক্ষীয়ে জিপিএছ জড়িয়তে গাড়ী খনৰ উপস্থিতিৰ কথা জানিব পাৰি বৰগাও নামৰ থাই ডোখৰৰ পৰা গাড়ী সহিতে ৰূপক ডেকা আৰু জাকিৰক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ তৎকালীন জেৰাৰ অন্তত হাইজেক কৰি অনা অন্য এখন গাড়ী আজ্ঞাথুৰিৰ পৰা উদ্ধাৰ কৰাৰ লগতে লাল চৌধুৰি , মুস্তাক আহমেদ আৰু বিশ্বনাথ দাস নামৰ অন্য তিনিজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ।

বাইট:------Body:
.Conclusion:কামৰূপ আৰক্ষীৰ বৃহ্ৎ সফলতা । বাইহাটা আৰক্ষীৰ জালত ৫ গাড়ী অপহৰনকাৰী । দুখন গাড়ী উদ্ধাৰৰ লগতে জব্দ বহু আপত্তি জনক নথি । উল্লেখ্য যে মেঘালয়ৰ পৰা গুৱাহাটী আই আই টি লৈ বুলি বুলি ভাড়ালৈ আনিছিল ৰূপক ডেকা আৰু জাকিৰ হুছেইনে । কিন্তু আই আই টি পোৱাৰ পিচতো গাড়ী খন লৈ যায় বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বাৰেডলা গাৱৰ ফালে । বাৰেডলা পোৱাৰ পিচতে ৰূপক আৰু জাকিৰে গাড়ী খনৰ চালকক পিচ ফালৰ পৰা বান্ধি দিয়ে । গাড়ীৰ ভিতৰতে চাক আৰু দুই অপহৰনকাৰিৰ মাজত হয় থৈয়া নথৈয়া ৰন । পিচত প্ৰাণৰ ভয়ত চালক জনে গাড়ীৰ পৰা নামি যায় আৰু উপস্থিত হয় বাইহাটা চাৰিআলি আৰক্ষী থানাত । ঘটনাৰ কথা গম পায় বাইহাটা আৰক্ষীৰ সজাতি দল এটাই নামি পৰে গাড়ী খনৰ সন্ধানত । গাড়ী খনত লগাই থোৱা আছিল জিপিএছ ।আৰক্ষীয়ে জিপিএছ জড়িয়তে গাড়ী খনৰ উপস্থিতিৰ কথা জানিব পাৰি বৰগাও নামৰ থাই ডোখৰৰ পৰা গাড়ী সহিতে ৰূপক ডেকা আৰু জাকিৰক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ তৎকালীন জেৰাৰ অন্তত হাইজেক কৰি অনা অন্য এখন গাড়ী আজ্ঞাথুৰিৰ পৰা উদ্ধাৰ কৰাৰ লগতে লাল চৌধুৰি , মুস্তাক আহমেদ আৰু বিশ্বনাথ দাস নামৰ অন্য তিনিজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ।

বাইট-
গৌতম ডেকা
কমলপুৰ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.