ETV Bharat / state

যোৰাবাটত দুখন ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক জব্দ - মেঘালয়

আৰক্ষীয়ে ট্ৰাক দুখনৰ চালক ইছমাইল হক আৰু ৰাছিদ খানক সোধপোছৰ বাবে আটক কৰে ৷ ট্ৰাক চালকদ্বয়ে গাড়ীত থকা সাৰৰ উপযুক্ত নথি পত্ৰ আৰক্ষীক দিবলৈ সক্ষম হোৱা নাছিল ৷

যোৰাবাটত দুখন ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক জব্দ
author img

By

Published : Jun 9, 2019, 3:09 PM IST

গুৱাহাটী, 09 জুন : যোৰাবাটত দেওবাৰে পুৱতি নিশা যোৰাবাট আৰক্ষীয়ে মেঘালয়মুখী দুখন অবৈধভাৱে ইউৰিয়া সাৰ কঢ়িওৱা ট্ৰাক জব্দ কৰে ৷ এক গোপন সুত্ৰৰ ভিত্তিত আৰক্ষীয়ে ট্ৰাক দুখন জব্দ কৰে ৷

যোৰাবাটত দুখন ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক জব্দ

ৰঙিয়াৰ পৰা গুৱাহাটীৰ মইদান গাঁওস্থিত 'জি ওৱেৰ হাউছলৈ' দুখন ট্ৰাকত ইউৰিয়া সাৰ লৈ অনা হৈছিল ৷ AS-01-GC-8792 আৰু AS-19-C-8296 নম্বৰৰ ট্ৰাক দুখন ৰঙিয়াৰ পৰা সাৰ লৈ গুৱাহাটীৰ মইদান গাঁওস্থিত 'জি ওৱেৰ হাউছ'ত খালী কৰাৰ কথা আছিল ৷ কিন্তু ওৱেৰ হাউছ গুদামত সাৰখিনি নোথোৱাকৈ তেওঁলোকে সাৰখিনি মেঘালয় অভিমুখে লৈ যোৱাৰ সময়তে যোৰাবাট আৰক্ষীয় চকীৰ অন্তৰ্গত 8 মাইলৰ পৰা আৰক্ষীয়ে ট্ৰাক দুখন জব্দ কৰে ৷ লগতে আৰক্ষীয়ে ট্ৰাক দুখনৰ চালক ইছমাইল হক আৰু ৰাছিদ খানক সোধপোছৰ বাবে আটক কৰে ৷ ট্ৰাক চালকদ্বয়ে গাড়ীত থকা সাৰৰ উপযুক্ত নথি পত্ৰ আৰক্ষীক দিবলৈ সক্ষম হোৱা নাছিল ৷ ইতিমধ্যে যোৰাবাট আৰক্ষীয়ে এই সম্পৰ্কে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

Intro:যোৰাবাটত দুখন সাৰ ভৰ্তি ট্ৰাক জব্দ ।

Body:যোৰাবাট আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত ৰাবিবাৰে পুৱতি নিশা মেঘালয়লৈ গৈ থকা দুখন অবৈধ ভাবে ইউৰিয়া সাৰ ভৰ্তি ট্ৰাক জব্দ কৰে। ৰঙিয়াৰ পৰা গুৱাহাটীৰ মইদান গাঁও স্থিত জি ওৱেৰ হাউছত লৈ দুখন ট্ৰাকত ইউৰিয়া সাৰ লৈ অনা হৈছিল। AS01 GC 8792 আৰু AS19 C 8296 নম্বৰৰ ট্ৰাক দুখন ৰঙিয়াৰ পৰা সাৰ লৈ গুৱাহাটীৰ মইদান গাঁও স্থিত জি ওৱেৰ হাউছত খালি কৰাৰ কথা আছিল। ওৱেৰ হাউছত গুদামত খালি নকৰাকৈ তেওঁলোকে মেঘালয় অভিমুখে লৈ যোৱাৰ সময়তে যোৰাবাট আৰক্ষীয়ে চকীৰ অন্তৰ্গত ৮ মাইলৰ পৰা জব্দ কৰে ট্ৰাক দুখন।

Conclusion:ট্ৰাক দুখনৰ চালক ইছমাইল হক আৰু ৰাছিদ খনক সোধপোছৰ বাবে আটক কৰিছে।
যোৰাবাট আৰক্ষীয়ে এই সম্পৰ্কে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। গাড়ী জব্দ কৰা সময়ত ট্ৰাক চালকে গাড়ীৰ থকা সাৰৰ উপযুক্ত নথি পত্ৰ আৰক্ষীক দিবলৈ সক্ষম হোৱা নাছিল।

Byte

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.