ETV Bharat / state

বুধবাৰৰ পৰা আৰম্ভ হ'ব সকলো ৰে'লৰ চলাচল - ৰে'ল চলাচল

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে অসমত সমগ্ৰ ৰাজ্যত বন্ধ কৰা হৈছিল ৰে'ল চলাচল ৷ ৰাজ্যৰ শেহতীয়া পৰিস্থিত উন্নত হোৱাত বুধবাৰৰ পৰা আৰম্ভ হ'ব ৰাজ্যত ৰে'ল চলাচল ৷

Train service continuing from Thursday in Assam
বুধবাৰৰ পৰা আৰম্ভ হ'ব সকলো ৰে'লৰ চলাচল
author img

By

Published : Dec 17, 2019, 5:22 PM IST

গুৱাহাটী,17 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে ব্যাহত হৈ আছিল ৰে'ল সেৱা । উজনি-নামনি সকলোতে বন্ধ কৰা হৈছিল ৰে'ল চলাচল। কিন্তু শেহতীয়াকৈ পৰিস্থিতি উন্নত হোৱাত ৰে'ল চলাচল আৰম্ভ কৰা হৈছে । সোমবাৰে প্ৰায় ৬০ খনকৈ ৰে'ল বাতিল কৰিছিল বিভাগীয় কৰ্তৃপক্ষই। যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰে ১১খনকৈ ৰে'ল মঙলবাৰে চলাচল আৰম্ভ কৰিছে ৰে'ল বিভাগে । ইফালে কলকাতাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে অসমৰ পৰা কলকাতালৈ যোৱা সকলো ৰে'ল। এই কথা জনালে উত্তৰ-পূৱ সীমান্ত ৰে'লৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে। উল্লেখযোগ্য যে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি এনেদৰেই থাকিলে কাইলৈ সকলো ৰে'ল চলাচল আৰম্ভ কৰা হ'ব বুলিও জানিবলৈ দিয়ে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে ।

বুধবাৰৰ পৰা আৰম্ভ হ'ব ৰাজ্যত সকলো ৰে'লৰ চলাচল

লগতে পঢ়ক:শীঘ্ৰে 55,000 খালী পদ পূৰ্ণ কৰিব অসম চৰকাৰে

Intro:সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ বাবে ব্যাহত হৈ আছিল ৰে'ল সেৱা। উজনি-নামনি সকলোতে বন্ধ কৰা হৈছিল ৰে'ল চলাচল। কিন্তু শেহতীয়াকৈ পৰিস্থিতি উন্নত হোৱাত ৰে'ল চলাচল আৰম্ভ কৰা হৈছে। সোমবাৰে প্ৰায় ৬০খনকৈ ৰে'ল বাতিল কৰিছিল বিভাগীয় কৰ্তৃপক্ষই। যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰে ১১খনকৈ ৰে'ল মংগলবাৰে চলাচল আৰম্ভ কৰিছে ৰে'ল বিভাগে। ইফালে কলকাতাৰ শেহতীয়া পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে সকলো ৰে'ল। এই কথা জনালে উত্তৰ-পূৱ সীমান্ত ৰে'লৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দে। উল্লেখযোগ্য যে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি এনেদৰেই থাকিলে কাইলৈ সকলো ৰে'ল চলাচল আৰম্ভ কৰা হ'ব বুলিও জানিবলৈ দিয়ে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে।Body:Guwahati Conclusion:Hirul Haque
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.