ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি - ক'ভিড কেয়াৰ হাস্পতাল

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 AT 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Aug 28, 2021, 9:03 AM IST

Updated : Aug 28, 2021, 9:11 AM IST

দোষীয়ে প্ৰায়চিত্ত কৰিব লাগিব : ভাস্কৰজ্যোতি মহন্ত

ডিমা হাছাওত সন্দেহযুক্ত উগ্ৰপন্থীয়ে যি বৰ্বৰ আক্ৰমণ চলালে, এই আক্ৰমণত প্ৰাণ হেৰুৱালে পাঁচগৰাকীকৈ নিৰীহ ট্ৰাক চালকে ৷ ঘটনাৰ বুজ লোৱাৰ বাবে ৰেঞ্জাৰবিলৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

উত্তৰ পূৰ্বাঞ্চলক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে চৰকাৰে

নদী পৰ্যটন আৰু নদী ক্ৰীড়াক প্ৰসাৰিত কৰাৰ বাবে বন্দৰ, জাহাজ পৰিবহণ আৰু জল পথ মন্ত্ৰালয়ে অসমৰ উৰিয়ামঘাট, ভূপেন হাজৰিকা সেতু, কলিয়াভোমোৰা দলং, বগীবিল দলং, দিখৌমুখ, কলংমুখ আৰু উজানবজাৰকে ধৰি সাঁতটা স্থান চিনাক্ত কৰিছে ৷

উত্তৰ পূৱৰ প্ৰথমখন ডিআৰডিঅ' ক'ভিড কেয়াৰ হাস্পতালত নতুন বেক্টেৰিয়া

সুৰক্ষিত-নিৰাপদ নহয় নেকি কেন্দ্ৰীয় চৰকাৰৰ অনুদানেৰে সৰুসজাইত নিৰ্মাণ কৰা উত্তৰ পূৱৰ প্ৰথমখন ডি আৰ ডি অ' ক'ভিড হাস্পতাল ? ক'ভিড কেয়াৰ হাস্পতালখনত বেক্টেৰিয়াৰ আবিৰ্ভাৱ।

গুৱাহাটীৰ ব্যৱসায়ীক গুলীয়াই হত্যাৰ চেষ্টা চলোৱা মূল অভিযুক্ত বিহাৰত গ্ৰেপ্তাৰ

২০১৮ চনৰ জানুৱাৰীত আঠগাঁৱৰ ব্যৱসায়ী ত্ৰিভুবন গুপ্তাক তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ চৌহদত গুলীয়াই হত্যাৰ চেষ্টা চলোৱা আদিত্য সিং ওৰফে নিৰজ সিঙক আটক ৷ পলাতক অৱস্থাত আছিল আদিত্য সিং ওৰফে নিৰজ সিং ৷

সুৰক্ষিত-নিৰাপদ নহয় নেকি কেন্দ্ৰীয় চৰকাৰৰ অনুদানেৰে সৰুসজাইত নিৰ্মাণ কৰা উত্তৰ পূৱৰ প্ৰথমখন ডি আৰ ডি অ' ক'ভিড হাস্পতাল ? ক'ভিড কেয়াৰ হাস্পতালখনত বেক্টেৰিয়াৰ আবিৰ্ভাৱ। হাস্পতালখনত স্ক্ৰাৱ টাইফাস নামৰ নতুন ৰোগৰ উপস্থিতি।

জনতাক নিৰাপত্তা দিবলৈ যোৱা আৰক্ষীয়ে নিজে নিৰাপত্তাহীনতাত ভুগিছে

1996 চনতে ডিব্ৰু চৈখোৱা আৰু গুইজানৰ বান বিধস্ত লোক সকলক নিৰাপত্তা দিবৰ বাবে গুইজানত পেট্ৰলিং পষ্টটো স্থাপন কৰিছিল অসম চৰকাৰে ।

ডিমা হাছাওত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হ’ল উত্তৰ প্ৰদেশৰ ট্ৰাক চালক

সন্দেহযুক্ত ডিমাচা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ ভয়ংকৰ আক্ৰমণত বৃহস্পতিবাৰে নিশা থিতাতে নিহত হৈছিল পাঁচ গৰাকী ট্ৰাক চালক ।

1 ছেপ্তেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব মেঘালয়

1 ছেপ্তেম্বৰৰ পৰা মেঘালয়ক পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰিছে এই কথা ৷ পৰ্যটকৰ বাবে ৰাজ্যখন মুকলি কৰি দিয়াৰ লগতে শিক্ষানুষ্ঠানসমূহ খোলাৰ ক্ষেত্ৰতো কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ মেঘালয় চৰকাৰৰ ৷

আজমেৰৰ এটা ঐতিহাসিক দূৰ্গৰ ইতিহাস

১৬১৬ চনত থমাছ ৰো আৰু মোগল সম্ৰাট জাহাংগীৰৰ মাজত এখন বৈঠক অনুষ্ঠিত হৈছিল । স্থান আছিল ৰাজস্থানৰ আজমেৰ দূৰ্গ । এই ঐতিহাসিক স্থানত হোৱা বৈঠকখনত প্ৰকৃততে কি বিষয়ৰ ওপৰত আলোচনা হৈছিল ?

Tokyo Paralympics: কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় পেডলাৰ ভবিনা পেটেল

টকিঅ' পেৰালিম্পিকত ভাৰতে পদক অৰ্জন কৰাৰ কিছু আশাৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে । টেবুল টেনিছত অগ্ৰগতি লাভ কৰিছে ভাৰতীয় খেলুৱৈ ভবিনা পেটেলে ।

Last Updated : Aug 28, 2021, 9:11 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.