ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Feb 8, 2022, 11:18 AM IST

Updated : Feb 8, 2022, 12:59 PM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-11-am
11 বজাৰ শীৰ্ষ দহটা বাতৰি

ৰাজীৱ ভৱনলৈ নাযায় নেতা : ভৱনত চলে বাদাম-ভূজিয়াৰ পেকেজিং !

কংগ্ৰেছ শাসন কালত ৰাজীৱ ভৱন সমূহৰ আছিল বিশেষ গুৰুত্ব ৷ পিছে এতিয়া ৰাজীৱ ভৱনলৈ নাযায় নেতা, কৰ্মী, সমৰ্থক ৷ এনে সময়তে, বৰপেটাৰোডৰ ৰাজীৱ ভৱনত দেখা গ’ল এক বিশেষ দৃশ্য ৷

বিজেপি বিধায়কৰ পদত্যাগ : চিন্তিত নহয় ৰাজ্যিক বিজেপিৰ সভাপতি

সোমবাৰে বিধায়ক পদৰ পৰা পদত্যাগ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰিছিল ত্ৰিপুৰা বিজেপিৰ দুজন বিধায়ক ক্ৰমে সুদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই (Two BJP MLAs in Tripura resigns from MLAship ) ৷

By Election 2022 : কোন হ'ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী ?

উপনিৰ্বাচনক লৈ মাজুলীত বলিছে গৰম বতাহ (By Election in Majuli) ৷ কঁকালত টঙালি বান্ধি সাজু হৈছে শাসক বিৰোধী ৷ কোন হ'ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী ?

Avalanche hits Arunachal : অৰুণাচলৰ হিমস্খলনত আবদ্ধ ৭ গৰাকীকৈ ভাৰতীয় সেনা জোৱান

অৰুণাচলৰ কামেং চেক্টৰত ৬ ফেব্ৰুৱাৰীত ভয়ংকৰ হিমস্খলনৰ ঘটনা সংঘটিত হৈছে (Avalanche in Arunachal Pradesh)। হিমস্খলনৰ পাছতে সন্ধানহীন ভাৰতীয় সেনাৰ ৭ গৰাকীকৈ জোৱান । জোৱানসকলক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত আছে ।

Murdered in Guwahati: ৰহস্যজনক অৱস্থাত উদ্ধাৰ ৬০ ঊৰ্ধৰ মহিলাৰ মৃতদেহ

গুৱাহাটী মহানগৰীত পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী ৬০ ঊৰ্ধৰ মহিলাৰ মৃতদেহ (60-year-old woman allegedly murdered at Kalapahar in Guwahati) ।

Sherman Ali Controversy: শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী কংগ্ৰেছৰ

শ্বেৰমান আলিৰ বিৰুদ্ধে এইবাৰ সৰৱ হ’ল কংগ্ৰেছ ৷ বৰপেটা সত্ৰৰ ভূমি বে়দখনমুক্তৰ প্ৰসংগত বিধায়ক শ্বেৰমান আলিয়ে দিয়া মন্তব্যৰ বিৰোধীতা কৰাৰ লগতে বিধায়কগৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ দাবী জনালে কংগ্ৰেছে (Congress demands legal action against Sherman Ali Ahmed)৷

Royal Bengal Cubs Born: চিৰিয়াখানাত নতুন আলহী

অসম ৰাজ্যিক চিৰিয়াখানাত সম্প্ৰতি উখল-মাখল পৰিৱেশ ৷ কিহৰ কাৰণে এই আনন্দমুখৰ পৰিৱেশ জানিবলৈ পঢ়ক সবিশেষ...

কংগ্ৰছে আৰু এশ বছৰ ক্ষমতালৈ নহাৰ পণ লৈছে : মোদী

" কংগ্ৰছ দলটোৱে আৰু এশ বছৰ ক্ষমতালৈ নহাৰ পণ লৈছে আৰু সেয়ে আমিও নিজৰ প্ৰস্তুতি কৰি লৈছো । " সোমবাৰে কংগ্ৰছক সমালোচনা কৰি এইদৰে কয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Modi slams Congress in Lok Sabha ) ৷

Myanmar Refugees sneaks into Mizoram: জুন্টাৰ অত্যাচাৰত অতিষ্ঠ হৈ মিজোৰামত সোমাইছে ম্যানমাৰৰ শৰণাৰ্থী

উত্তৰ পূৰ্বাঞ্চলত পুনৰ সোমাইছে ম্যানমাৰৰ শৰণাৰ্থী (Myanmar refugees sneaks into Mizoram) ৷ ম্যানমাৰ সৈন্যৰ আক্ৰমণত অতিষ্ঠ হৈ পুনৰ মিজোৰামত সোমাইছে ম্যানমাৰৰ শৰণাৰ্থী (Myanmarese refugee enters Mizoram due to violence) ৷

Last Updated : Feb 8, 2022, 12:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.