ETV Bharat / state

বিগত তিনিটা বছৰে শুই আছিল নেকি অসম চৰকাৰ?

author img

By

Published : Nov 29, 2019, 5:38 PM IST

বিধানসভাত চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ দুৰ্নীতি সন্দৰ্ভতো ৰাজ্য চৰকাৰক কটাক্ষ গগৈৰ ৷

Tarun Gogoi on NRC and Assam Goverment
চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

গুৱাহাটী, 29 নৱেম্বৰঃ এন.আৰ.চি সম্পৰ্কে মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ বিধানসভাত কৰা মন্তব্যৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি তেওঁ কয় যে এন.আৰ.চি যদি নতুনকৈ প্ৰকাশ কৰিব লাগে তেন্তে বিগত তিনিটা বছৰে এই চৰকাৰখন শুই আছিল নেকি ? প্ৰতীক হাজেলাৰ বিৰুদ্ধে যদি দুৰ্নীতিৰ অভিযোগ আছিলেই তেন্তে অসম চৰকাৰে তেওঁক কিয় পঠাই দিলে ? লগতে তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ কটাক্ষ কৰি কয় যে দুৰ্নীতিমুক্তৰ কথা কোৱা চৰকাৰখনে বৰ্তমান ৰাজ্যত দুৰ্বাৰ ৰূপত হৈ থকা দুৰ্নীতিৰ ওপৰত একো ব্যৱস্থা লোৱা দেখা নাই ৷ আনহাতে মুখ্যমন্ত্ৰীৰ বিশেষ দায়িত্বত থকা বিষয়া (OSD) প্ৰকাশ কাশ্যপৰ সম্পত্তিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰি চি.বি.আই তদন্তৰ দাবী কৰে ৷

আৰু পঢ়কঃ বিষয় কেব : মোদীলৈ 5 হেজাৰ গামোছা-চিঠি পঠাব কটনিয়ানে!!

Intro:বিধানসভাত তৰুণ গগৈ মন্তব্য সংবাদ মাধ্যমত
CAB ক লৈ AGP ৰ স্থিতি আটাইতকৈ দুৰ্ভাগ্যজনক । AGP য়ে যদি বিৰোধীতা কৰিলেহেতেন BJP ৰ সমৰ্থন কৰাৰ সাহস নহলহেতেন । AGP ৰ stand লজ্জাজনক ।
Body:কাইলৈ কেবৰ বৈঠকত এ আই চি চি য়ে প্ৰতিনিধিত্ব কৰিব।কিন্তু কেব আহিব বুলি যেতিয়া কৈছে সেইয়া ভেকোভাওনা হব।মোৰ দিনত দুৰ্নীতি নহয় বুলি কোৱা নাছিলোঁ, কিন্ত এজনো osd ৰ বিৰুদ্ধে অভিযোগ অহা নাছিল।দুৰ্নীতি এতিয়াও হৈ আছে । নহলে CM ৰ OSD প্ৰকাশ কাশ্যপ ইমান সম্পত্তিৰ অধিকাৰী কৰ পৰা হল । কাশ্যপৰ বিৰুদ্ধে CBI তদন্তৰ দাবী গগৈৰ ।Paper mill কেৰেলা চৰকাৰে কেনেকৈ কিনিব পালে ।অসম চৰকাৰে কি কৰি আছিল ।। Conclusion:আমাৰ দিনটো বিক্ৰী কৰিব বিচাৰিছিল , কিন্তু আমি নিদিলো ।হাজেলাৰ বিৰুদ্ধে যদি দুৰ্নীতিৰ অভিযোগ আছিলেই তেন্তে কিয় পঠাই দিলে অসম চৰকাৰে ।CBI তদন্তৰ দাবী ।গুটখা মোৰ দিনতে বন্ধ হৈছিল, এতিয়া এবছৰৰ বাবে বন্ধ কৰাৰ কথাটো কি?
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.