ETV Bharat / state

বিজেপিৰ কোন নেতাই ক'ত বজাব নিৰ্বাচনী ৰণডংকা ? - অসম

নিৰ্বাচনক লৈ প্ৰস্তুতি তুংগত গেৰুৱাবাহিনীৰ ৷ ৰাজ্যত গেৰুৱা দলৰ সপক্ষে জন সমৰ্থন আদায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাব বহু হাই প্ৰফাইল নেতাই ৷

বিজেপিৰ কোন নেতাই, ক'ত বজাব নিৰ্বাচনী ৰণডংকা ?
author img

By

Published : Mar 23, 2019, 7:45 PM IST

গুৱাহাটী, 23 মাৰ্চঃ পুনৰবাৰ ক্ষমতা দখলৰ বাবে যুঁজিবলৈ সাজু ভাৰতীয় জনতা পাৰ্টী ৷নিৰ্বাচনক লৈ প্ৰস্তুতি তুংগত গেৰুৱাবাহিনীৰ ৷ ৰাজ্যত গেৰুৱা দলৰ সপক্ষে জন সমৰ্থন আদায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাব বহু হাই প্ৰফাইল নেতাই ৷ 28 মাৰ্চৰ পৰাই ষ্টাৰ কেম্পেইনাৰে চলাব প্ৰচাৰ ৷ কোন নেতাই ক'ত চলাব প্ৰচাৰ? জানো আহক এই প্ৰতিবেদনত ৷

বিজেপিৰ কোন নেতাই, ক'ত বজাব নিৰ্বাচনী ৰণডংকা ?

গুৱাহাটী, 23 মাৰ্চঃ পুনৰবাৰ ক্ষমতা দখলৰ বাবে যুঁজিবলৈ সাজু ভাৰতীয় জনতা পাৰ্টী ৷নিৰ্বাচনক লৈ প্ৰস্তুতি তুংগত গেৰুৱাবাহিনীৰ ৷ ৰাজ্যত গেৰুৱা দলৰ সপক্ষে জন সমৰ্থন আদায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাব বহু হাই প্ৰফাইল নেতাই ৷ 28 মাৰ্চৰ পৰাই ষ্টাৰ কেম্পেইনাৰে চলাব প্ৰচাৰ ৷ কোন নেতাই ক'ত চলাব প্ৰচাৰ? জানো আহক এই প্ৰতিবেদনত ৷

বিজেপিৰ কোন নেতাই, ক'ত বজাব নিৰ্বাচনী ৰণডংকা ?
A_GHY_23MAR_801_ BJP star_VIS_BYT_AKASH
AI-  লোকসভা নিৰ্বাচলৈ মাজত মাথোঁ কেইটামান দিন বাকী । ইতিমধ্যে সকলো দলে আৰম্ভ কৰিছে  নিৰ্বাচনী প্ৰচাৰৰ ।  ঘোষণা কৰা হল প্ৰতিটো দলৰে প্ৰাৰ্থীৰ তালিকা । বিজেপিৰ কোনজন নেতাই কত প্ৰচাৰ চলাব ? প্ৰস্তুত  কৰা হৈছে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা । 

GFX - ২৪ মাৰ্চত ডিফুত প্ৰচাৰ চলাব ৰাম মাধৱ আৰু ৰমেন ডেকাই। 
GFX ২৫ মাৰ্চত শিলচৰত মহেন্দ্ৰ সিং, 

GFX ২৫ মাৰ্চত তেজপুৰত অনুৰাগ সিং ঠাকুৰ আৰু হিমন্ত বিশ্ব শৰ্মা, 

GFX ২৫ মাৰ্চত লখিমপুৰত সৰ্বানন্দ সোণোৱাল আৰু যোৰহাটত হিমন্ত বিশ্ব শৰ্মাই চলাব নিৰ্বাচনী প্ৰচাৰ।

GFX  ২৬ মাৰ্চত কৰিমগঞ্জত বাবুল সুপ্ৰিয়, নগাঁৱত ৰণজিত দাস আৰু ৰূপা গাংগুলী, ডিব্ৰুগড়ত কিৰেণ ৰিজিজু, মঙলদৈত হিমন্ত বিশ্ব আৰু মহেন্দ্ৰ সিং আৰু গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ চলাব সৰ্বানন্দ সোণোৱালে।

GFX  ৩০ মাৰ্চত গহপুৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। একেদিনাই মৰাণতো নিৰ্বাচনী প্ৰচাৰ চলাব মোদীয়ে।
Voice- মুঠৰ ওপৰত কঁকালত টঙালি বন্দী সাজু হৈছে এতিয়া বিজেপি । ২০১৯ ৰ লোকসভা নিৰ্বাচনত জয় অব্যহত ৰখাৰ বাবে সকলো ফালৰ পৰা প্ৰচেষ্টা আৰম্ভ কৰিছে ।  
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.