ETV Bharat / state

সান্ধ্য আইন বাহাল যদিও উন্নত হৈছে গুৱাহাটীৰ পৰিস্থিতি - situation of Guwahati has come to normal

বৃহস্পতিবাৰৰ তুলনাত শুকুৰবাৰে কিছু উন্নত হৈছে গুৱাহাটীৰ পৰিস্থিতি ৷ মহানগৰীত সান্ধ্য আইন বাহাল আছে যদিও অব্যাহত আছে ব্যক্তিগত বাহনৰ চলাচল ৷ যদিও সেনাৰ ফ্লেগমাৰ্চ এতিয়াও অব্যাহত আছে ৷

situation of Guwahati has come to normal on Friday
সান্ধ্য আইন বাহাল যদিও উন্নত হৈছে গুৱাহাটীৰ পৰিস্থিতি
author img

By

Published : Dec 13, 2019, 8:03 PM IST

গুৱাহাটী, 13 ডিচেম্বৰঃ বুধবাৰে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী আইনখন গৃহীত হোৱাৰ পিছত বৃহস্পতিবাৰে ভয়াৱহ হৈ উঠে ৰাজ্যৰ পৰিস্থিতি ৷ গুৱাহাটীত আৰক্ষীত গুলিত নিহত হয় 3 জনকৈ প্ৰতিবাদকাৰী লগতে ডিব্ৰুগড়ত নিহত হয় এজন প্ৰতিবাদকাৰী ৷ ৰাজ্যৰ কেইবাঠাইতো জাৰি কৰা হয় সান্ধ্য আইন মোতায়ন কৰা হয় অতিৰিক্ত সেনা ৷ কিন্তু সান্ধ্য আইনকো নেওচি প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ৷ বৃহস্পতিবাৰৰ তুলনাত শুক্ৰবাৰে কিছু উন্নত হৈছে গুৱাহাটীৰ পৰিস্থিতি ৷ মহানগৰীত সান্ধ্য আইন বাহাল আছে যদিও অব্যাহত আছে ব্যক্তিগত বাহনৰ চলাচল ৷ যদিও সেনাৰ ফ্লেগমাৰ্চ এতিয়াও অব্যাহত আছে ৷

উন্নত হৈছে গুৱাহাটীৰ পৰিস্থিতি

আৰু পঢ়ক- কেব সম্পৰ্কত অসমৰ বিশিষ্ট ব্যক্তিৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

Intro:গুৱাহাটীৰ পৰিস্থিতি এতিয়া উন্নত হৈ উঠিছে। সান্ধ্য আইন বাহাল আছে যদিও ব্যক্তিগত বাহনৰ চলাচল অব্যাহত আছে। সেনাই ফ্লেগমাৰ্চ কৰি আছে গুৱাহাটীত।

script send through Reporter App

Body:script send through Reporter App

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.