ETV Bharat / state

ডাঞ্চ ইণ্ডিয়া ডাঞ্চত জিলিকিছে অসমৰ ঋষিকা - rwishika singha

জী টিভিৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' ডাঞ্চ ইণ্ডিয়া ডাঞ্চ, বেটেল অফ চেম্পিয়নৰ টপ ৮ত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ ঋষিকা

ডাঞ্চ ইণ্ডিয়া ডাঞ্চত জিলিকিছে অসমৰ ঋষিকা
author img

By

Published : Jul 8, 2019, 12:47 PM IST

গুৱাহাটী, ৮ জুলাইঃ পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে অসমৰ এগৰাকী কণমানি। গুৱাহাটীৰ বাৰোৱাৰীৰ ঋষিকা সিনহা নামৰ কণমানি গৰাকীয়ে জী টিভিৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' ডাঞ্চ ইণ্ডিয়া ডাঞ্চ, বেটেল অফ চেম্পিয়নৰ টপ ৮ত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে । সৰুৰে পৰাই নৃত্য কৰি ভাল পোৱা ৠষিকা মহানগৰীৰ ২নং হেঙেৰাবাৰী এল পি স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী । ইফালে অতি দৰিদ্ৰ পৰিয়ালৰ কণমানিগৰাকীক দিলীপ ডাঞ্চ একাডেমীত বিনামূলীয়াকৈ নৃত্য প্ৰশিক্ষণৰ সুবিধা কৰি দিছিল কেন্দ্ৰটোৰ স্বত্বাধিকাৰী দিলীপ মাহাতোই । সেয়ে ৠষিকাৰ পিতৃয়ে দিলীপ মাহাতোৰ লগতে প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰতিজন কৰ্মকৰ্তাক ধন্যবাদ জনাইছে । লগতে কণমানি গৰাকীয়ে যাতে প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়লৈ যাব পাৰে তাৰ বাবে অসমবাসীৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছে ।

ডাঞ্চ ইণ্ডিয়া ডাঞ্চত জিলিকিছে অসমৰ ঋষিকা

লগতে পঢ়কঃ পুনৰ সফলতা আঁজুৰি আনিছে "আন্ধাধুনে"

Intro:পুণৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ এগৰাকী কণমানি। অনন্য প্ৰতিভাৰে নামি দামী শিল্পী মন জয় কৰিছে কণমানিটোৱে। মহানগৰীৰ বাৰোৱাৰীৰ ঋৃষিকা সিনহা নামৰ এইগৰাকী কণমানি উজলি উঠিছে জী টিভিৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' ডাঞ্চ ইণ্ডিয়া ডাঞ্চ, বেটেল অফ চেম্পিয়নত। ইতিমধ্যেই নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি টপ ৮ত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ঋৃষিকাই। ইয়াৰোপৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সকলোৰে প্ৰসংশা বুটলিছে কনমানিটোৱে। সৰুৰে পৰা নৃত্য কৰি ভাল পাইছিল ৠষিকাই। মহানগৰীৰ ২নং হেঙেৰাবাৰী এল পি স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী ৠষিকা সিনহা। কণমানি জীয়ৰীৰ এই সাফল্যত নঠৈ আনন্দিত ৠষিকাৰ পিতৃ ৰাজু সিনহা। ইফালে অতি দৰিদ্ৰ পৰিয়ালৰ হোৱা হেতুকে দিলীপ ডাঞ্চ একাডেমীত বিনামূলীয়াকৈ নৃত্য প্ৰশিক্ষণ দিছিল কণমানিগৰাকীক। কণমানি ৠষিকাৰ এই সফলতাৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰটোৰ স্বত্বাধিকাৰী দিলীপ মাহাতোৰ লগতে প্ৰতিজন কৰ্মকৰ্তাক ধন্যবাদ জনাই কণমানিটোৰ পিতৃয়ে। ইফালে কণমানিটো প্ৰতিযোগিতাখনিৰ চূড়ান্ত পৰ্যায়লৈ যাবলৈ অসমবাসীৰ মৰম আৰু আশীৰ্বাদ বিচাৰি পিতৃ ৰাজু সিনহাই।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.