- বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সংবাদমেল সম্বোধন
- ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 70 হাজাৰ বিজেপি কৰ্মকৰ্তাই বিশেষ সহায় আগবঢ়াই অহিছে বুলি মন্তব্য সভাপতি গৰাকীৰ
- ইয়াৰোপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কৰ্মকৰ্তাই বিশেষ ৰেল যোগে খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে
- 40 লাখ সদস্য ভৰ্তিৰ লক্ষ্যৰে পূৰ্ণ গতিত চলি আছে সদস্য ভৰ্তি অভিযান
- উপ নিৰ্বাচন হ'ব লগীয়া 4 সমষ্টিত 1 আগষ্টৰ পৰা বৃদ্ধি কৰিব তৎপৰতা
- ইতিমধ্যে আহ্বায়ক সমিতি গঠন কৰিছে ৰাজ্যিক বিজেপিয়ে
বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সংবাদমেল - সদস্য ভৰ্তি
বুধবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সংবাদমেল অনুষ্ঠিত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আগবঢ়ায় গুৰুত্বপূৰ্ণ মন্তব্য
বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সংবাদমেল
- বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সংবাদমেল সম্বোধন
- ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 70 হাজাৰ বিজেপি কৰ্মকৰ্তাই বিশেষ সহায় আগবঢ়াই অহিছে বুলি মন্তব্য সভাপতি গৰাকীৰ
- ইয়াৰোপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কৰ্মকৰ্তাই বিশেষ ৰেল যোগে খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে
- 40 লাখ সদস্য ভৰ্তিৰ লক্ষ্যৰে পূৰ্ণ গতিত চলি আছে সদস্য ভৰ্তি অভিযান
- উপ নিৰ্বাচন হ'ব লগীয়া 4 সমষ্টিত 1 আগষ্টৰ পৰা বৃদ্ধি কৰিব তৎপৰতা
- ইতিমধ্যে আহ্বায়ক সমিতি গঠন কৰিছে ৰাজ্যিক বিজেপিয়ে
Intro:বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সংবাদমেল ।
৭০ হাজাৰ বিজেপি কৰ্ম কৰ্তাই বান সময়ছোৱাত কাম কৰিছে ।
বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কৰ্ম কৰ্তাই বিশেষ ট্ৰেইন যোগে খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে বানাক্ৰান্তৰ বাবে ।
সেইসমূহও বিতৰণৰ বাবে ব্যৱস্হা গ্ৰহণ কৰা হৈছে ।
জনসাধাৰণ ও সাহাৰ্য্য আগবঢ়াবলৈ আগবাঢ়ি আহিছে । মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বহু লোকে চেক আৰু অনলাইন যুগে প্ৰেৰণ কৰিছে আৰ্থিক অনুদান ।
সেই সকলক ও ব্যক্তিকে ধন্যবাদ ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীৰ ।
Body:তিনি তালাক বিলক লৈ ধন্যবাদ, কেন্দ্ৰক চৰকাৰক সভাপতি ৰঞ্জিত দাস আৰু বিজেপিৰ সংখ্যা লঘু নেতা সকলৰ ।
Conclusion:বিজেপি ত ৪০ লাখ সদস্য ভৰ্তিৰ টাৰ্গেট লৈছিল
যদিওৱা পূৰ্বে ২৯ লাখ সদস্য আছিল
এইমূহুৰ্তত সদস্য ভৰ্তি চলি আছে
১১ আগষ্ট লৈ সময়সীমা আছে
পুনৰ নিৰ্বাচন হবলগীয়া ৪ সমষ্টিত তৎপৰতা বৃদ্ধি কৰিব ১ আগষ্টৰ পৰা
ইযাৰবাবে ইতিমধ্যে আহ্বায়ক সমিতি গঠন কৰিছে ৰাজ্যিক বিজেপিয়ে
চাৰি সমস্টিৰ পৃষ্ঠা প্ৰমুখ সকলৰ সতে বৈঠকত মিলিত হব
চাৰিটা সমষ্টিত চাৰিটাতে জয় লাভ কৰাৰ বাবে চেষ্টা চলাব