ETV Bharat / state

জুবলী ফাউণ্ডেশ্বনৰ উদ্যেগত "ৰংগান্থন" অনুষ্ঠান

author img

By

Published : Nov 24, 2019, 10:47 PM IST

অংগদানৰ জৰিয়তে মৃত্যুৰ পিছতো নিজকে জীয়াই ৰাখিব পাৰি । এই ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে জুবলী ফাউণ্ডেশ্বনে আয়োজন কৰি আহিছে এই অনুষ্ঠানৰ ৷

জুবলী ফাউণ্ডেশ্বনৰ উদ্যেগত "ৰংগান্থন" অনুষ্ঠান

গুৱাহাটী, 24 নৱেম্বৰঃ দেওবাৰে সোণাৰাম খেলপথাৰত জুবলী ফাউণ্ডেশ্বনৰ উদ্যোগত অনুষ্ঠিত হয় 'ৰংগান্থন' শীৰ্ষ অনুষ্ঠান । পুৱাই এক সজাগতামূলক দৌৰেৰে আৰম্ভণি কৰা হয় এই অনুষ্ঠানৰ । পুৰুষ আৰু মহিলা দুটা শাখাত অনুষ্ঠিত এই দৌৰত প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । ইয়াৰ পিছতেই মহিলাসকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন অনুষ্ঠানৰ । গীতে মাতে জীপাল হৈ পৰে সোণাৰাম খেলপথাৰ । অনুষ্ঠানত গীতৰ তালে তালে নাচিলে কেইবা শতাধিক যুৱতী-মহিলাই । অংগদানৰ জৰিয়তে মৃত্যুৰ পিছতো নিজকে জীয়াই ৰাখিব পাৰি । এই ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে জুবলী ফাউণ্ডেশ্বনে আয়োজন কৰি আহিছে এই অনুষ্ঠানৰ । তাৰোপৰি মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবেও জনপ্ৰিয় গায়িকা জুবলী বৰুৱাই লৈ আহিছে বিভিন্ন উদগনিমূলক পদক্ষেপ ৷

Intro:দেওবাৰে সোণাৰাম খেলপথাৰত জুবলী ফাউণ্ডেশ্বনৰ উদ্যোগত অনুষ্ঠিত হয় ৰংগান্থন শীৰ্ষ অনুষ্ঠান। পুৱাই এক সজাগতামূলক দৌৰেৰে আৰম্ভণি কৰা হয় এই অনুষ্ঠানৰ। পুৰুষ আৰু মহিলা দুটা শাখাত অনুষ্ঠিত এই দৌৰত প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতেই মহিলাসকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন অনুষ্ঠানৰ। গীতে মাতে জীপাল হৈ পৰে সোণাৰাম খেলপথাৰ। গীত তালে তালে নাচিলে কেইবা শতাধিক যুৱতী-মহিলাই। অংগ দানৰ জৰিয়তে মৃত্যুৰ পিছতো নিজকে জীয়াই ৰাখিব পাৰি। এই ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে জুবলী ফাউণ্ডেশ্বনে আয়োজন কৰি আহিছে এই অনুষ্ঠানৰ। তাৰোপৰি মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবেও জনপ্ৰিয় গায়িকা জুবলী বৰুৱাই লৈ আহিছে এনেবোৰ বিভিন্ন পদক্ষেপ। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.