ETV Bharat / state

অসমত শীঘ্ৰে খোলা হ'ব খাদ্য সংসাধন বিভাগঃ ৰামেশ্বৰ তেলী - etv bharat assam

খাদ্য আৰু আতিথ্য উদ্যোগৰ লগত জড়িত ভাৰতৰ ব্যৱসায়িক ভিত্তিত প্ৰদৰ্শনী 'ফুডটেক ইণ্ডিয়া' দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে মহানগৰীৰ বাণিজ্য কেন্দ্র মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত । উক্ত প্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছে ফুড প্ৰচেছিঙৰ মেচিন বেকাৰী আৰু কানফেক্সনৰী সঁজুলি, ফুড পেকেজিঙৰ বিভিন্ন অত্যাধুনিক মেচিন ৷

অসমত শীঘ্ৰে খোলা হ'ব খাদ্য সংসাধন বিভাগঃ ৰামেশ্বৰ তেলী
author img

By

Published : Jun 16, 2019, 8:47 PM IST

গুৱাহাটী, 15 জুনঃ খাদ্য আৰু আতিথ্য উদ্যোগৰ লগত জড়িত ভাৰতৰ ব্যৱসায়িক ভিত্তিত প্ৰদৰ্শনী 'ফুডটেক ইণ্ডিয়া' দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে মহানগৰীৰ বাণিজ্য কেন্দ্র মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত । উক্ত প্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছে ফুড প্ৰচেছিঙৰ মেচিন বেকাৰী আৰু কানফেক্সনৰী সঁজুলি, ফুড পেকেজিঙৰ বিভিন্ন অত্যাধুনিক মেচিন ।

অসমত শীঘ্ৰে খোলা হ'ব খাদ্য সংসাধন বিভাগঃ ৰামেশ্বৰ তেলী

শণিবাৰে তৃতীয় দিনা প্ৰদৰ্শনীখনত উপস্থিত হয় কেন্দ্ৰীয় খাদ্য সংশাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী । প্ৰদৰ্শনীখনত উপস্থিত হৈ পৰ্যবেক্ষণ কৰাৰ লগতে অনাগত দিনত বিভিন্ন অত্যাধুনিক মেচিন চৰকাৰী সাহাৰ্য হিচাপত নিৱনুবা যুৱক-যুৱতীক প্ৰদান কৰিব বুলি মন্তব্য কৰে তেলীয়ে । তাৰোপৰি অসমত যিহেতু খাদ্য সংশাধন বিভাগ নাই, সেয়ে ৰাজ্যত শীঘ্ৰে এই বিভাগটো খোলাৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ইফালে নিজৰ বিভাগৰ উদ্যোগত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খাদ্য মেলা আয়োজন কৰিব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

Intro:খাদ্য আৰু আতিথ্য উদ্যোগৰ লগত জড়িত ভাৰতৰ ব্যৱসায়িক ভিত্তিত প্ৰদৰ্শনী ফুডটেক ইণ্ডিয়া দ্বিতীয়বাৰৰ বাবে অনুস্থিত হৈছে মহানগৰীৰ বাণিজ্য কেন্দ্র মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত। এই প্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছে ফুড প্ৰচেছিঙৰ মেচিন বেকাৰী আৰু কানফেক্সনৰী সজুঁলি,ফুড পেকেজিঙৰ বিভিন্ন অত্যাধুনিক মেচিন। শণিবাৰে তৃতীয় দিনা প্ৰদৰ্শনীখনত উপস্থিত হয় কেন্দ্ৰীয় খাদ্য সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী। প্ৰদৰ্শনীখনত উপস্থিত হৈ পৰ্যবেক্ষণ কৰাৰ লগতে অনাগত দিনত বিভিন্ন অত্যাধুনিক মেচিন চৰকাৰী সাহৰ্য হিচাপত নিৱনুবা যুৱক-যুৱতীক প্ৰদান কৰিব বুলি কয় তেলীয়ে। তাৰোপৰি অসমত যিহেতু খাদ্য সংসাধন বিভাগ নাই, সেয়ে ৰাজ্যত অতিশীঘ্ৰে এই বিভাগটো খোলাৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইফালে নিজৰ বিভাগৰ উদ্যোগত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খাদ্য মেলা আয়োজন কৰিব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.