ETV Bharat / state

এই মাহতে তিনি কংগ্ৰেছ বিধায়কৰ‌ বিজেপিত যোগদানৰ সম্ভাৱনা - কংগ্ৰেছ বিধায়কৰ

চলিত মাহৰ শেষৰ ভাগলৈ কংগ্ৰেছৰ ৩ গৰাকী বিধায়কে গেৰুৱা দলৰ সদস্য পদ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । কংগ্ৰেছে পূৰ্বে নিলম্বন কৰা বিধায়কেও যো-জা চলাইছে বিজেপি দলত যোগদান কৰাৰ । গোলাঘাটৰ অজন্তা নেওগ, সৰুপথাৰৰ ৰ'জলিনা তিৰ্কি আৰু লক্ষীপুৰৰ ৰাজদ্বীপ গোৱালাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে ।

এই মাহতে তিনি কংগ্ৰেছ বিধায়কৰ‌ বিজেপিত যোগদানৰ সম্ভাৱনা

author img

By

Published : Dec 17, 2020, 7:52 PM IST

Updated : Dec 17, 2020, 9:47 PM IST

গুৱাহাটী, ১৭ ডিচেম্বৰ: অংকত যদি খেলিমেলি নালাগে আৰু হিচাপ যদি শুদ্ধ হয় তেন্তে চলিত মাহৰ শেষৰ ভাগলৈ কংগ্ৰেছে তিনি বিধায়কক বিদায় দিব লাগিব । ইতিমধ্যে এই তিনি কংগ্ৰেছ বিধায়কৰ বিজেপি গমন প্ৰায় নিশ্চিত হৈছে । কেতবোৰ পূৰ্ব চৰ্তৰ আধাৰত এই তিনি বিধায়ক সাজু হৈছে বিজেপিত যোগ দিবলৈ । অৱশ্যে ইয়াৰে এজনক ইতিমধ্যে কংগ্ৰেছে নিলম্বিত কৰি থৈছে ।

এই মাহতে তিনি কংগ্ৰেছ বিধায়কৰ‌ বিজেপিত যোগদানৰ সম্ভাৱনা
এই মাহতে তিনি কংগ্ৰেছ বিধায়কৰ‌ বিজেপিত যোগদানৰ সম্ভাৱনা

কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়াটো একপ্ৰকাৰ নিশ্চিত হোৱা এই তিনি বিধায়ক‌ হ'ল গোলাঘাটৰ অজন্তা নেওগ, সৰুপথাৰৰ ৰ'জলিনা তিৰ্কি আৰু লক্ষীপুৰৰ ৰাজদ্বীপ গোৱালা । অৱশ্যে বিজেপিৰে ভিতৰুৱাকৈ সম্পৰ্ক ৰক্ষা কৰি চলাৰ বাবে ৰাজদ্বীপ গোৱালাক ইতিমধ্যে কংগ্ৰেছে নিলম্বন কৰি থৈছে । বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই এই তিনি বিধায়কৰ যোগদানত সেউজ সংকেত দিয়া বুলিও বিজেপিৰে এক শীৰ্ষ সুত্ৰই প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক ভাৰতীয় সেনাবাহিনীত দ্বিতীয় পৰ্যায়ৰ অন্তৰ্ভুক্তি

Last Updated : Dec 17, 2020, 9:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.