ETV Bharat / state

চোৰৰ ৰূপত পুলিচ - চি চি টিভি কেমেৰা

যোৰাবাটত আৰক্ষী বিষয়াই চুৰ কৰিলে মোবাইল ৷ চি চি টিভিত বন্দী হ'ল সমগ্ৰ দৃশ্য ৷

চোৰৰ ৰূপত পুলিচ
author img

By

Published : Aug 8, 2019, 2:52 AM IST

যোৰাবাট,8 আগষ্টঃ যোৰাবাটত সংঘটিত অসম আৰক্ষীক লজ্জানত কৰা এক ঘটনা ৷ এজন আৰক্ষী বিষয়াই চুৰ কৰি নিলে মোবাইল ফোন ৷ চি চি টিভি কেমেৰাত বন্দী হ'ল সমগ্ৰ ঘটনাৰ দৃশ্য ৷

চোৰৰ ৰূপত পুলিচ

বুধবাৰে দিনৰ ভাগত যোৰাবাটৰ টিটি বিট হোটেলত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ আহিছিল এদল আৰক্ষী ৷ দলটোৰে এজন আৰক্ষীয়ে নিজৰ মোবাইলটো চাৰ্জত দিয়ে হোটেলত ৷ আহাৰ গ্ৰহণ কৰাৰ পাচত কৌশলেৰে নিজৰ মোবাইলৰ লগতে তাত থকা আন এটা মোবাইলো লৈ যায় আৰক্ষী বিষয়া জনে ৷ হোটেলখনৰ কৰ্মচাৰী মফিজ আলিয়ে জানিবলৈ দিয়া মতে আৰক্ষীৰ দলটো যোৱাৰ পাচৰ পৰা তেওঁৰ মোবাইলটো নোহোৱা হৈ আছিল হোটেলৰ পৰা। চাৰিওফালে বিচাৰ কৰাৰ পাচতো বিচাৰি নাপালে নিজৰ মোবাইল । অৱশেষত,হোটেল খনত সংলগ্ন চি চি কেমেৰা পৰীক্ষা কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা । ঘটনা সন্দৰ্ভত মোবাইলটোৰ গৰাকী মফিজ আলিয়ে যোৰাবাট আৰক্ষী চকীত ৰুজু কৰিছে গোচৰ।

Intro:অসম আৰক্ষীক লজ্জানত কৰা এক ঘটনা সংঘটিত হয় যোৰাবাটত। আৰক্ষী বিষয়াই চুৰ কৰি নিলে মোবাইল ফোন। CCTVত বন্দী হয় সমগ্ৰ দৃশ্য

Body:আজি দিনৰ ভাগত যোৰাবাটৰ টিট বিট হোটেলত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিব আহিছিল এদল আৰক্ষী।দলটোৰ এজন আৰক্ষী বিষয়াই নিজৰ মোবাইল টো চার্জত দিলে হোটেলত। জলপান গ্ৰহণ কৰাৰ পিছত কৌশলেৰে নিজৰ মোবাইলৰ লগতে তাত থকা আন এটা মোবাইলও লৈ যায় আৰক্ষী বিষয়া জনে। আৰু এই সম্পূৰ্ণ দৃশ্য বন্দী হৈছিল হোটেল খনত থকা CCTV কেমেৰাত। হোটেলৰ কৰ্মচাৰী মফিজ আলিয়ে জানিব দিয়া মতে আৰক্ষীৰ দল যোৱাৰ পিছৰে পৰা তেওঁৰ মোবাইল ফোন নোহোৱা হৈ আছিল হোটেলৰ পৰা। চাৰিওফালে বিচাৰ কৰাৰ পাছতো বিচাৰি নাপালে নিজৰ মোবাইল।পাছত যেতিয়া হোটেলত খনলগ্ন CCTV কেমেৰা চাই তেতিয়াহে ওলাই পৰে সমগ্ৰ ঘটনা। আৰক্ষী বিষয়াই চুৰ কৰি নিয়ে মোবাইল আৰু এই সন্ধৰ্বত মফিজ আলিয়ে যোৰাবাট আৰক্ষী চকীত ইতিমধ্যে ৰুজু কৰিছে গোচৰ।

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.