গুৱাহাটী,9 জুলাই : সোধপোছৰ অন্তত গ্ৰেপ্তাৰ বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাক। আৰক্ষীৰ নিজাববীয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হিম্মৎসিংকাক। আমচৈ চাহ বাগিচাত যুৱতী গুলীবিদ্ধ হোৱা সন্দৰ্ভত আৰক্ষীক স্বীকাৰোক্তি ৰাজেশ হিম্মৎসিংকাৰ। উক্ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত সোধপোছৰ বাবে আটক কৰা হৈছিল হিম্মৎসিংকা,পত্নী পুনম হিম্মৎসিংকা,ব্যৱসায়ী ৰঞ্জন খেমানী আৰু কাৰ্তিক ৰয়ক। উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ সিঙে চলোৱা মাৰাথন জেৰাত হিম্মৎসিঙকা বাহিনীয়ে স্বীকাৰ কৰে সকলো কথা। ইয়াৰ পাচতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হিম্মৎসিংকা,ব্যৱসায়ী ৰঞ্জন খেমানী আৰু কাৰ্তিক ৰয়ক। ইয়াৰে কাৰ্তিক ৰয় নামৰ ব্যৱসায়ী গৰাকীৰ BMW বাহনখন মডেল গৰাকীয়ে ব্যৱহাৰ কৰিছিল। এই অভিযান কালতেই জব্দ হয় হিম্মৎসিংকাৰ অনুজ্ঞা পত্ৰৰ ম্যাদ উকলা .32 ৰিভলভাৰ আৰু 10 জাই সজীৱ গুলী। হিম্মৎসিংকাৰ এই .৩২ ৰিভলভাৰৰে গুলী লাগিছিল সুন্দৰী যুৱতী চুহানী লষ্কৰ ওৰফে ৱাহিদা বেগমৰ ভৰিত।
ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ স্বীকাৰোক্তি - গ্ৰেপ্তাৰ
আমচৈ চাহ বাগিচাত যুৱতী গুলীবিদ্ধ হোৱা সন্দৰ্ভত আৰক্ষীক স্বীকাৰোক্তি ৰাজেশ হিম্মৎসিংকাৰ । আৰক্ষীৰ নিজাববীয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হিম্মৎসিংকাক। আটক কৰা হৈছিল হিম্মৎসিংকা,পত্নী পুনম হিম্মৎসিংকা, ব্ৱসায়ী ৰঞ্জন খেমানী আৰু কাৰ্তিক ৰয়ক
গুৱাহাটী,9 জুলাই : সোধপোছৰ অন্তত গ্ৰেপ্তাৰ বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাক। আৰক্ষীৰ নিজাববীয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হিম্মৎসিংকাক। আমচৈ চাহ বাগিচাত যুৱতী গুলীবিদ্ধ হোৱা সন্দৰ্ভত আৰক্ষীক স্বীকাৰোক্তি ৰাজেশ হিম্মৎসিংকাৰ। উক্ত ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত সোধপোছৰ বাবে আটক কৰা হৈছিল হিম্মৎসিংকা,পত্নী পুনম হিম্মৎসিংকা,ব্যৱসায়ী ৰঞ্জন খেমানী আৰু কাৰ্তিক ৰয়ক। উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ সিঙে চলোৱা মাৰাথন জেৰাত হিম্মৎসিঙকা বাহিনীয়ে স্বীকাৰ কৰে সকলো কথা। ইয়াৰ পাচতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হিম্মৎসিংকা,ব্যৱসায়ী ৰঞ্জন খেমানী আৰু কাৰ্তিক ৰয়ক। ইয়াৰে কাৰ্তিক ৰয় নামৰ ব্যৱসায়ী গৰাকীৰ BMW বাহনখন মডেল গৰাকীয়ে ব্যৱহাৰ কৰিছিল। এই অভিযান কালতেই জব্দ হয় হিম্মৎসিংকাৰ অনুজ্ঞা পত্ৰৰ ম্যাদ উকলা .32 ৰিভলভাৰ আৰু 10 জাই সজীৱ গুলী। হিম্মৎসিংকাৰ এই .৩২ ৰিভলভাৰৰে গুলী লাগিছিল সুন্দৰী যুৱতী চুহানী লষ্কৰ ওৰফে ৱাহিদা বেগমৰ ভৰিত।
SCRIPT= সোধপোছৰ অন্তত গ্ৰেপ্তাৰ বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকা । আৰক্ষীৰ নিজাববীয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হিম্মৎসিংকাক । আমচৈ চাহ বাগিচাত কেনেদৰে গুলীবিদ্ধ হৈছিল যুৱতী সেই সন্দৰ্ভত আৰক্ষীক স্বীকাৰোক্তি ৰাজেশ হিম্মৎসিঙকাৰ
। Body:আমিনগাঁৱ নাৰায়না হস্পিতালত চিকিৎসাধীন গুলীবিদ্ধ যুৱতী হিম্মৎসিঙকাৰ হাততে হৈছিল গুলিবিদ্ধ । তথ্য প্ৰমান নষ্ট কৰি আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিগ যুৱতীৰ পৰিয়ালে । ঘটনা সন্দৰ্ভত আমাৰ ধাৰাবাহিক বাতৰিৰ পাছতে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীয়ে চলাই অভিযান । উক্ত অভিযানত ঘটনাৰ লগত জড়িতৰ সন্দেহত সোধপোছৰ বাবে আটক কৰা হৈছিল হিম্মৎসিংকা , পত্নী পুনম হিম্মৎসিংকা, ব্যৱসায়ী ৰঞ্জন খেমানী আৰু কাৰ্তিক ৰয়ক । উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ সিঙে চলোৱা মাৰথান জেৰাত হিম্মৎসিঙকা বাহিনীয়ে স্বীকাৰ কৰে সকলো। ইয়াৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে
হিম্মৎসিংকা, ব্যৱসায়ী ৰঞ্জন খেমানী আৰু কাৰ্তিক ৰয়ক। ইয়াৰে কাৰ্তিক ৰয় নামৰ ব্যৱসায়ী গৰাকীৰ BMW বাহন খন
মডেল গৰাকীয়ে ব্যৱহাৰ কৰিছিল ঘটনাৰ দিনা । এই অভিযান কালতেই জব্দ হয় হিম্মৎসিংকাৰ অনুজ্ঞা পত্ৰৰ ম্যাদ উকলা .৩২ ৰিভলভাৰ আৰু ১০ জাই সজীৱ গুলী। হিম্মৎসিঙকাৰ এই .৩২ ৰিভলভাৰৰে গুলী লাগিছিল সুন্দৰী যুৱতী চুহানী লষ্কৰ ওৰফে ৱাহিদা বেগমৰ ভৰিত । Conclusion:উল্লেখ যে গ্ৰেপ্তাৰৰ পাছতে অসুস্থ হৈ পৰা হিম্মৎসিঙকাক ভৰ্তি কৰা হৈছে GMCH ত।