ETV Bharat / state

নিশা কিয় অশান্ত হ'ল শন্তিপুৰ?

আৰক্ষী বিষয়াগৰাকী সুৰাসক্ত অৱস্থাত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। অভিযোগ অনুসৰি ৰে'ল আৰক্ষীৰ বিষয়া ৰবীন্দ্ৰ নাথ সিঙে সুৰাসক্ত অৱস্থাত গাড়ী চলাই সংঘটিত কৰে এই দুৰ্ঘটনাটো। আৰক্ষী বিষয়াগৰাকীক উত্তেজিত ৰাইজে বহু সময় ধৰি আবদ্ধ কৰি ৰাখে ।

author img

By

Published : Mar 30, 2019, 4:32 AM IST

নিশা কিয় অশান্ত হ'ল শন্তিপুৰ?

গুৱাহাটী, 30 মাৰ্চঃ এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা মহানগৰীৰ শান্তিপুৰত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷ নিশা এগৰাকী আৰক্ষী বিষয়াই বাইকেৰে খুন্দিয়ায়এখন চাৰিচকীয়া বাহনত। আৰক্ষী বিষয়াগৰাকী সুৰাসক্ত অৱস্থাত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ।

নিশা কিয় অশান্ত হ'ল শন্তিপুৰ?
অভিযোগ অনুসৰি ৰে'লআৰক্ষীৰ বিষয়াৰবীন্দ্ৰ নাথ সিঙে সুৰাসক্ত অৱস্থাত গাড়ী চলাই সংঘটিত কৰে এই দুৰ্ঘটনাটো। আৰক্ষী বিষয়াগৰাকীক উত্তেজিত ৰাইজে বহু সময় ধৰি আবদ্ধ কৰি ৰাখে । পাচত ভৰলুমুখ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতেসুৰাসক্ত আৰক্ষী বিষয়াগৰাকীক থানালৈ লৈ যায়। আনহাতে দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিওকম সময়ৰ ভিতৰতে যানজঁটৰ সৃষ্টি হয় অঞ্চলটোত।

Slug: A_GHY_29MAR_801_NIGHT ACCIDENT_HIRUL HAQUE

Headline: শান্তিপুৰত ৰাইজৰ ৰোষত সুৰাসক্ত আৰক্ষী বিষয়া

মহানগৰীৰ শান্তিপুৰত সংঘটিত হয় পথ দুৰ্ঘটনা। এগৰাকী আৰক্ষী বিষয়াই বাইকেৰে খুন্দিয়াই এখন চাৰিচকীয়া বাহনত। আৰক্ষী বিষয়াগৰাকী সুৰাপান কৰি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ। গুৱাহাটী ৰেলৱে আৰক্ষী ৰবীন্দ্ৰ নাথ সিঙে সুৰাসক্ত অৱস্থাত আহি সংঘটিত কৰে এই দুৰ্ঘটনাটো। ইফালে এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি শান্তিপুৰত। ৰেলৱে আৰক্ষী বিষয়াগৰাকীক উত্তেজিত ৰাইজে বহু সময় ধৰি আবদ্ধ কৰি ৰাখে। পিছত ভৰলুমুখ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। তাৰোপৰি সুৰাসক্ত আৰক্ষী বিষয়াগৰাকীক থানালৈ লৈ যায়। আনহাতে দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও খুব কম সময়ৰ ভিতৰতে যথেষ্ট যানজঁটৰ সৃষ্টি হয় অঞ্চলটোত। পিছত যানবাহন আৰক্ষীয়ে যানজঁট নিয়ন্ত্ৰণ কৰে। সাধাৰণ ৰাইজক সুৰাপান কৰি গাড়ী নোলোৱাৰ কথা কোৱা খোদ আৰক্ষী বিষয়াৰ এনে কাৰ্যত ক্ষোভিত হৈ পৰিছে।

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.