ETV Bharat / state

মহানগৰীত চলন্ত বাছৰ দৰ্জা বন্ধ কৰি চলাব লাগিব চিটি বাছ! - new motor vehicles

মহানগৰীৰ যানজঁটৰ পৰা অতিষ্ঠ হৈছে সাধাৰণ জনতা । যানবাহন আইন সৰ্বসাধাৰণ লোকে মানি নচলাৰ ফলত মহানগৰীত সততে সৃষ্টি হয় যানজঁটৰ । এই যানজঁটৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্য ন্যায়ালয়ে জাৰি কৰিছে কিছুমান নীতি-নিয়ম ।

মহানগৰী
মহানগৰীত চলন্ত বাছৰ দৰ্জা বন্ধ কৰি চলাব লাগিব চিটি বাছ!
author img

By

Published : Feb 5, 2020, 9:26 PM IST

গুৱাহাটী, 5 ফেব্ৰুৱাৰীঃ এতিয়া মহানগৰীৰ চিটি বাছসমূহে যতে ততে উঠাব নোৱাৰিব যাত্ৰী ৷ নিৰ্দিষ্ট ঠাইত আৰু নিৰ্দিষ্ট আৱেষ্টনীৰ ভিতৰত থাকি উঠাব লাগিব যাত্ৰী । লগতে ঠেক পথৰ দাঁতিত ব্যক্তিগত গাড়ীসমূহ থ'বলৈ থকা পাৰ্কিং সমূহক উঠাবলৈ নিৰ্দেশ জাৰি কৰিছে ন্যায়ালয়ে ৷ জালুকবাৰী, মহাত্মা গান্ধী ৰ'ড আৰু জি এছ ৰ'ডত নিৰ্দিষ্ট কিছুমান আৱেষ্টনী চিনাক্তকৰণ কৰি যানবাহন নিয়ন্ত্ৰণৰ বাবে ঠাই বাচনি কৰিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ ।

চিটি বাছ
মহানগৰীত চলন্ত বাছৰ দৰ্জা বন্ধ কৰি চলাব লাগিব চিটি বাছ!

আনহাতে, সমগ্ৰ যান বাহন তথা বাছ নিয়ন্ত্ৰণ আইনৰ দায়িত্ব অৰ্পন কৰা হৈছে আৰক্ষী বিষয়া নিলোৎপল গগৈক । যানবাহন আইন সকলো বিভাগে সূচাৰুৰূপে কাৰ্যকৰী কৰাৰ সন্দৰ্ভত সকলো দিশ তদাৰক কৰাৰ দায়িত্ব থাকিব তেওঁৰ হাতত ৷ লগতে ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰে যে, যাত্ৰী সুৰক্ষাৰ বাবে বন্ধ থাকিব লাগিব বাছসমূহৰ দৰ্জা কাৰণ চলন্ত বাছ সমূহে বন্ধ নকৰে মহানগৰীৰ চিটি বাছ সমূহৰ দৰ্জা । কিন্তু এতিয়াৰে পৰা চলন্ত বাছৰ দৰ্জা যাত্ৰী সুৰক্ষাৰ বাবে বন্ধ নাথাকিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব চিটি বাছ সমূহ ।

এতিয়া প্ৰশ্ন হয় মহানগৰীৰ যান বাহন নিয়ন্ত্ৰণৰ বাবে প্ৰতি বছৰে দিয়া হয় বহু নিয়ম ৷ কিন্তু সম্পূৰ্ণৰূপে ফলপ্ৰসূ হৈ নুঠে এই নিয়ম সমূহ । চিটি বাছ সমূহক নাকী লগাব পৰাকৈ কঠোৰ হোৱা নাই নেকি যান বাহন আইন? এতিয়া লক্ষণীয় হ'ব এই নতুন নিয়ম নীতি কিদৰে কাৰ্য্যকৰী হয় মহানগৰীত।

Intro:মহানগৰীত কমিব যানজট, কিন্তু কেনেকৈ । মহানগৰ যানজটৰ পৰা অতিষ্ঠ হৈছে সাধাৰণ জনতা । যানবাহন আইন সৰ্বসাধাৰণ লোকে মানি নচলাৰ ফলত মহানগৰীত সততে যানজটৰ সৃষ্টি হয়। পথৰ দাঁতিত ৰাখি থোৱা গাড়ী, যতে ততে ৰখাই থোৱা বাছ ইত্যাদিৰ বাবেই বহু সময়ত মহানগৰীত সৃষ্টি হয় যানজটৰ । এই গাড়ী আৰু বাছ সমূহক নাকী লগোৱাৰ উদেশ্য ন্যায়ালয়ে জাৰি কৰিছে কিছুমান নীতি নিয়ম।

Body:এতিয়া মহানগৰীৰ চিটি বাছ সমূহে যতে ততে উঠাব নোৱাৰিব যাত্ৰী । নিৰ্দিষ্ট ঠাইত আৰু নিৰ্দিষ্ট আবেষ্টনীৰ ভিতৰত থাকি উঠাব লাগিব যাত্ৰী। লগতে ঠেক পথৰ দাঁতিত ব্যক্তিগত গাড়ী সমূহ থবলৈ থকা পাৰ্কিং সমূহক উঠাবলৈ নিৰ্দেশ জাৰি কৰিছে ন্যায়ালয়ে। জালুকবাৰী, মহাত্মা গান্ধী ৰ'ড আৰু জি এছ ৰ'ড ত নিৰ্দিষ্ট কিছুমান আবেষ্টনী চিনাক্ত কৰণ কৰি যানবাহন নিয়ন্ত্ৰণৰ বাবে ঠাই বাচনি কৰিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ। সমগ্ৰ যানবাহনবাছ নিয়ন্ত্ৰণ আইনৰ এই ভাৰ দিয়া হৈছে পুলিচ বিষয়া নিলোৎপাল গগৈক। যানবাহন আইন সকলো বিভাগে সুচাৰুৰূপে কাৰ্যকৰী কৰাৰ সন্দৰ্ভত সকলো দিশ তদাৰক কৰাৰ দায়িত্ব থাকিব তেওঁৰ হাতত। লগতে ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে যে যাত্ৰী সুৰক্ষাৰ বাবে বন্ধ থাকিব লাগিব বাছসমূহৰ দৰ্জা কাৰণ চলন্ত বাছ সমূহে বন্ধ নকৰে মহানগৰীৰ চিটি বাছ সমূহৰ দৰ্জা । কিন্তু এতিয়াৰ ৰে পৰা চলন্ত বাছৰ দৰ্জা যাত্ৰী সুৰক্ষাৰ বাবে বন্ধ নাথাকিলে কঠোৰ শাস্তিৰ সন্মুখীন হব চিটি বাছ সমূহ।

Conclusion:এতিয়া প্ৰশ্ন হয় মহানগৰীৰ যান বাহন নিয়ন্ত্ৰণৰ বাবে প্ৰতি বছৰে দিয়া হয় বহু নিয়ম, কিন্তু কিমান ফলপ্ৰসূ হয় এই নিয়ম সমূহ। চিটি বাছ সমূহক নাকী লগাব পৰাকৈ কঠোৰ হোৱা নাই নেকি যান বাহন আইন? এতিয়া লক্ষণীয় হব এই নতুন নিয়ম নীতি কিদৰে কাৰ্য্যকৰী হব মহানগৰীত।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.