ETV Bharat / state

বিধায়ক বলীন চেতিয়াৰ পিতৃৰ বিয়োগ

author img

By

Published : May 21, 2021, 5:21 PM IST

শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলীন চেতিয়াৰ পিতৃ সোমেশ্বৰ চেতিয়াই আজি মাকুমস্থিত নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ ।

বিধায়ক বলীন চেতিয়াৰ পিতৃ সোমেশ্বৰ চেতিয়াৰ বিয়োগ

গুৱাহাটী,২১ মে': পিতৃহাৰা হ'ল শদিয়া বিধানসভা সমষ্টিৰ বিধায়ক বলীন চেতিয়া । দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিধায়ক গৰাকীৰ পিতৃ সোমেশ্বৰ চেতিয়াই আজি মাকুমস্থিত নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ ।

সোমেশ্বৰ চেতিয়াৰ বিয়োগ

ইপিনে একেৰাহে তিনিবাৰকৈ শদিয়া সমষ্টিৰ বিধায়ক হিচাপে বিজয়ী হৈ অহা বলীন চেতিয়া আজি সমষ্টিৰ পৰিৱৰ্তে উপস্থিত আছিল গুৱাহাটীত । নৱ নিৰ্বাচিত বিধায়কসকলৰ শপত গ্ৰহণৰ বাবে তেওঁ পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত ভাগ লবলৈ আহিছিল । শপত গ্ৰহণৰ পিছতে পিতৃ বিয়োগৰ খবৰ অহাত গুৱাহাটীৰ পৰা ততাতৈয়াকৈ মাকুম অভিমুখে ৰাওনা হয় বিধায়ক চেতিয়া ।

লগতে পঢ়ক: চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে ঋণগ্ৰস্ত মহিলাই আৰম্ভ কৰিব আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.