ETV Bharat / state

ধন আত্মসাৎক লৈ সদৌ অসম মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিৰ সংবাদমেল

গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় এই সংবাদমেল ৷ মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিৰ সাধাৰণ সম্পাদিকা মিচেছ জাহানাৰ বেগমক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত এই সংবাদমেল ৷

ধন আত্মসাতক লৈ সদৌ অসম মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিৰ সংবাদমেল
author img

By

Published : Apr 25, 2019, 7:03 PM IST

গুৱাহাটী, 25 এপ্ৰিলঃ সদৌ অসম মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিৰ সংবাদমেল ৷ গুৱাহাটী প্ৰেছ ক্লাবত অনুস্থিত হয় এই সংবাদমেল ৷ মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিৰ সাধাৰণ সম্পাদিকা মিচেছ জাহানাৰ বেগমক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত এই সংবাদমেল । উচ্চ ন্যায়ালয়ত গোচৰ তৰাৰ নামত সংগঠনটোৰ সাধাৰণ সম্পাদিকাই লাখ লাখ গোচৰ তৰাৰ অভিযোগ তোলে উপসভানেত্ৰী খোজেদা খাতুনে ৷

ধন আত্মসাতক লৈ সদৌ অসম মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিৰ সংবাদমেল

সদৌ অসম মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিয়ে নতুন সংগঠন গঠন কৰি সমিতিৰ সভানেত্ৰী সবিতা বড়ো আৰু উপ সভাপতি সুদেজা খাতুনৰ সভাপতিত্বত ৰাজহুৱাকৈ সম্পাদিকা জাহানা বেগমক বহিষ্কাৰ কৰে। ইপিনে দৰমহাৰ নামত চৰকাৰে মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সকলক প্ৰবঞ্চনা কৰা বুলি উল্লেখ কৰে সংগঠনটোৱে ৷

Intro: সদৌ অসম মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিৰ সংবাদমেল। সংবাদমেল মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিৰ সাধাৰণ সম্পাদিকা মিচেছ জাহানাৰ বেগমক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত এই সংবাদমেল।সদৌ অসম মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিৰ উপসভানেত্ৰী খোজেদা খাতুনৰ অভিযোগ মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিৰ সাধাৰণ সম্পাদিকাই লাখ লাখ টকা সহায়িকা সকলৰ পৰা আত্মসাৎ কৰিছে।

Body: সদৌ অসম মধ্যহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সমিতিয়ে নতুন সংগঠন গঠন কৰি সমিতিৰ সভানেত্ৰী সবিতা বড়ো আৰু উপ সভাপতি সুদেজা খাতুনৰ সভাপতিত্বত ৰাজহুৱাকৈ সম্পাদিকা জাহানা বেগমক বহিষ্কাৰ কৰে। লগতে বহু আন্দোলনৰ পিছতো এতিয়ালৈ চৰকাৰে ৰান্ধনী সকলৰ দৰমহাৰ ক্ষেত্ৰত এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ পৰিপ্ৰেক্ষিতত ৰান্ধনী সকলৰ ভোট গ্ৰহণত প্ৰভাৱ পৰিব পাৰে বুলি জানিবলৈ দিয়ে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.