ETV Bharat / state

পদ্মশ্ৰী উদ্ধৱ ভৰালীলৈ "মহাবীৰ লাচিত বঁটা"

author img

By

Published : Nov 15, 2019, 8:14 AM IST

Updated : Dec 28, 2022, 3:03 PM IST

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেল যোগে পদ্মশ্ৰী উদ্ধৱ ভৰালীলৈ ২০১৯ বৰ্ষৰ "মহাবীৰ লাচিত বটা" প্ৰদান কৰিব বুলি ঘোষণা কৰে টাই আহোম যুৱ পৰিষদ অসমে । চলিত বৰ্ষৰ 24 নৱেম্বৰত কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা লাচিত দিৱসৰ অনুষ্ঠানত এই বটাঁ প্ৰদান কৰিব উদ্ধৱ ভৰালীক ।

Mahabir Lachit Bata  2019
টাই আহোম যুৱ পৰিষদে পদ্মশ্ৰী উদ্ধৱ ভৰালীক আগবঢ়াব "মহাবীৰ লাচিত বটা"

গুৱাহাটী, 15 নৱেম্বৰঃ 24 নৱেম্বৰত কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা লাচিত দিৱসৰ অনুষ্ঠানত পদ্মশ্ৰী উদ্ধৱ ভৰালীক ২০১৯ বৰ্ষৰ "মহাবীৰ লাচিত বটা" প্ৰদান কৰা হ'ব ৷ এক সংবাদমেলত যোগে এই কথা ঘোষণা কৰে টাই আহোম যুৱ পৰিষদ অসমে ।

পদ্মশ্ৰী উদ্ধৱ ভৰালীলৈ আগবঢ়াব ২০১৯ বৰ্ষৰ "মহাবীৰ লাচিত বটা" ।গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে টাই আহোম যুৱ পৰিষদ অসমে । চলিত বৰ্ষৰ 24 নবেম্বৰত কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা লাচিত দিৱসৰ অনুষ্ঠানত এই বঁটা প্ৰদান কৰিব উদ্ধৱ ভৰালীক । এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহু বিশিষ্ট ব্যক্তি । লগতে টাই আহোম যুৱ পৰিষদৰ ২৫ বছৰীয়া জয়ন্তী অনুষ্ঠানটো বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে সমৃদ্ধ হ'ব। উল্লেখ্য যে, টাই আহোম যুৱ পৰিষদে প্ৰতি বছৰে সমাজলৈ বৰঙণি আগবঢ়োৱা একো একোজন মহান ব্যক্তিক এই মহাবীৰ লাচিত বঁটা প্ৰদান কৰি আহিছে । ইতিমধ্যে পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে নিজা প্ৰচেষ্টাৰে বহু প্ৰয়োজনীয় যন্ত্ৰ উদ্ভাৱন কৰি সকলোৰে মন জয় কৰাৰ লগতে বহুকেইটা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হৈছে ।

Last Updated : Dec 28, 2022, 3:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.