ETV Bharat / state

মহানগৰীত পিঞ্জৰাৱদ্ধ নাহৰফুটুকীৰ মৃত্যু - Forest Department Guwahati

খাদ্যৰ সন্ধানত পুনৰ জনাঞ্চলত বনৰজা ৷ শনিবাৰে নিশা বনাঞ্চলৰ পৰা অহা এটা নাহৰফুটুকী পিঞ্জৰাৱদ্ধ হয় মহানগৰীৰ কটাহবাৰীত ৷ স্থানীয় লোকে পতা ফান্দত আৱদ্ধ হয় নাহৰফুটুকীতো ৷

Leopard caught at katahbari guwahati kamrup metro assam etv bharat news
নাহৰফুটুকীৰ মৃত্যু
author img

By

Published : Jun 7, 2020, 3:08 PM IST

গুৱাহাটী, 7 জুন: বিগত কিছুদিনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা নাহৰফুটুকীয়ে আতংকৰ সৃষ্টি কৰিছিল মহানগৰীৰ সমীপৰ কটাহবাৰীত ৷ এই আতংকৰ পৰা পৰিত্ৰাণ পাবলৈ অঞ্চলবাসীয়ে পতা ফান্দত অৱশেষত বন্দী হৈছে নাহৰফুটুকীটো ৷ বিগত কিছুদিনৰ পৰা ভয়-শংকাৰ মাজেৰে দিন পাৰ কৰিছিল অঞ্চলবাসীয়ে ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকে ঘটনা সম্পৰ্কে বনবিভাগক অৱগত কৰে যদিও বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে একাংশ লোকে হানি-খুচি হত্যা কৰে নাহৰফুটুকীটো ৷ পিছত নাহৰফুটুকীটোৰ হত্যাৰ সন্দৰ্ভত জড়িতৰ অভিযোগত ছজন লোকক আটক কৰে গড়চুক আৰক্ষীয়ে ৷

লগতে চাওকঃ আদবাটত ব্ৰহ্মপুত্ৰ মেইলৰ চেইন টানি পলায়ন যাত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.