ETV Bharat / state

অসম অনলাইন পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি - অ এন জি চি

কম্পিউটাৰৰ বিসংগতিৰ বাবে বাতিল হ'ল ONGC ৰ পৰীক্ষা ৷

কম্পিউটাৰৰ বিসংগতিৰ বাবে বাতিল হ'ল ONGC ৰ পৰীক্ষা
author img

By

Published : Jun 14, 2019, 7:20 PM IST

গুৱাহাটী, 14জুনঃ

কম্পিউটাৰৰ বিসংগতিৰ বাবে বাতিল হ'ল ONGC ৰ পৰীক্ষা
  • মালিগাঁও গোটানগৰস্থিত অসম অনলাইন পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি
  • অসম অনলাইন কেন্দ্ৰত অনুস্থিত ONGC ৰ কাৰিকৰী পৰীক্ষাত খেলিমেলিৰ বাবে ক্ষুব্ধ ছাত্ৰ-ছাত্ৰী
  • 12 বজাৰ পৰা অনুস্থিত হ'বলগীয়া পৰীক্ষা 2:30 বজালৈ অনুস্থিত নহ'ল অনলাইন পৰীক্ষা
  • যাৰ ফলত বাতিল হ'ল ONGC ৰ কাৰিকৰী পৰীক্ষা
  • ছাত্ৰ-ছাত্ৰীৰ অভিযোগ পৰীক্ষা কেন্দ্ৰত বিকল কেইবাটাও কম্পিউটাৰ
  • ঘটনাস্থলীত গোঁশালা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে পৰিস্থিতি
  • পৰীক্ষাত বিসংগতিৰ বাবে বামুনীমৈদামতো পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে পৰীক্ষাৰ্থীয়ে৷
  • বিসংগতি হোৱা বাবে পুনৰাই পৰীক্ষা অনুষ্ঠিত কৰাৰ আশ্বাস কৰ্তৃপক্ষৰ
  • কিন্তু কেতিয়ালৈ পৰীক্ষা আয়োজন কৰিব সেই বিষয়ে এতিয়াও অৱগত কৰা নাই পৰীক্ষাৰ্থীক

Intro:মালিগাঁও গোটানগৰস্থিত অসম অনলাইন পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। অসম অনলাইন কেন্দ্ৰত অনুস্থিত হৈছিল ONGC ৰ পৰীক্ষা কেন্দ্ৰত খেলিমেলি হোৱাৰ বাবে ক্ষুদ্ধ হৈ পৰে দূৰ দূৰণিৰ পৰা অহা ছাত্র ছাত্ৰী সকলে। 12 বজাৰ পৰা পৰীক্ষা হোৱাৰ কথা আছিল যদিও 2.30 মিনিট অসম অনলাইন কৰিব নোৱাৰিলে পৰীক্ষা। ছাত্র ছাত্ৰীৰ অভিযোগ পৰীক্ষা কেন্দ্ৰ টোত বিকল কেইবাটাও কম্পিউটাৰ। ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্ত বিষয়া আৰু গোঁশালা আৰক্ষী উপস্হিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।। অৱশেষত আৰক্ষীৰ উচ্চপদস্ত বিষয়াই অসম অনলাইন পৰীক্ষা কেন্দ্ৰৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হোৱাত জনাইছিল শুক্ৰবাৰে যান্ত্ৰিক বিজুটিৰ বাবে বাতিল হোৱা ONGC আৰু এই পৰীক্ষা পৰৱৰ্তী সময়ত অনুষ্ঠিত কৰিব বুলি জনাই ।। কিন্তু কেতিয়ালৈ এই পৰীক্ষা অনুষ্ঠিত কৰা হব সময় আৰু তাৰিখ নিৰ্ধাৰিত কৰা নাই কৰ্তৃপক্ষই ।। তাক লৈ ক্ষোভ প্ৰায় তিনিশতাধিক ছাত্ৰ ছাত্ৰীৰ ।।

BITE.. ছাত্ৰ আৰু ACP জালুকবাৰীBody:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.