ETV Bharat / state

ৰাণীত উদ্ধাৰ আঘাতপ্ৰাপ্ত বন্যহস্তী - ETV BHARAT

ৰাণীৰ ছাটাৰগাও নামৰ ঠাইৰ পিতনিত পৰি থকা অৱস্থাত উদ্ধাৰ হয় হাতীটো ।  খাদ্যৰ সন্ধানত নিশা হাতীটো মানুহৰ বসতিস্থানলৈ ওলাই আহি আন্ধাৰৰ বাবে পিতনিত পৰি আঘাতপ্ৰাপ্ত হোৱা বুলি সন্দেহ কৰা হৈছে  ।

ৰাণীত উদ্ধাৰ আঘাতপ্ৰাপ্ত বন্যহস্তী
author img

By

Published : May 1, 2019, 2:39 PM IST

আজাৰা , 1 মে' : মহানগৰীৰ গাতে লাগি থকা ৰাণীত উদ্ধাৰ হৈছে এটা আঘাতপ্ৰাপ্ত বন্যহস্তী । ৰাণীৰ ছাটাৰগাও নামৰ ঠাইত পিতনিত পৰি থকা অৱস্থাত উদ্ধাৰ হয় হাতীটো । স্থানীয়লোকে হাতীটো এনেদৰে প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোক উদ্ধাৰ কৰে ।

ৰাণীত উদ্ধাৰ আঘাতপ্ৰাপ্ত বন্যহস্তী

হাতীটোৰ ভৰিত আঘাত পোৱা বাবে হাতীটো এনেদৰে পিতনিত পৰি থকা বুলি জনায় বনবিভাগে । খাদ্যৰ সন্ধানত নিশা হাতীটো মানুহৰ বসতিস্থানলৈ ওলাই আহি আন্ধাৰৰ বাবে পিতনিত পৰি আঘাতপ্ৰাপ্ত হোৱা বুলি সন্দেহ কৰা হৈছে ।

Slug:-As_kam_1May_Injured_elephent_at_rani_801-804_vis+photo_as10020

ৰাণীত উদ্ধাৰ আঘাতপ্ৰাপ্ত বন্যহস্তী ।

Ocvo..বনাঞ্চলৰ পৰা জনাঞ্চললৈ উলাই আহিছে হাতী । কিয়ণো বনাঞ্চল ধব্বংশ হৈছে । থাকিবলৈ ঠাই নোহোৱা হৈছে জীৱ-জন্তুৰ । যোৱাকালি গুৱাহাটীৰ মাজমজিয়াত বনহস্তি ওলাই আহি বিভিন্ন ঠাইত বিচৰন কৰি আছিল । এইবাৰ মহানগৰীৰ গাতে লাগি থকা ৰাণীত উদ্ধাৰ হৈছে এটা আঘাতপ্ৰাপ্ত বন্যহস্তি । ৰাণীৰ ছাটাৰগাও নামৰ ঠাইৰ এটি পিতনিত পৰি থকা অৱস্থাত হয় হাতীটো । স্থানীয়লোকে হাতীটো এনেদৰে প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোক উদ্ধাৰ কৰে । হাতীটোৰ ভৰিত আঘাত পোৱা বাবে হাতীটো এনেদৰে পিতনিত পৰি থকা বুলি জনায় বনবিভাগে । খাদ্যৰ সন্ধানত নিশা হাতীটো জনাঞ্চললৈ ওলাই আহি এন্ধাৰৰ বাবে হয়টো পিতনিত পৰি আঘাতপ্ৰাপ্ত হয় হাতীটো ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.