ETV Bharat / state

গুৱাহাটীত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল

author img

By

Published : Mar 27, 2019, 6:31 AM IST

বিজেপি চৰকাৰে জনসাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি এইবাৰ নিৰ্বাচনত বিজেপি চৰকাৰক পৰাস্ত কৰিবলৈ সকলো একগোট হ'ব লাগে বুলি আহ্বান জনায় সন্থাটোৱে ৷

গুৱাহাটীত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল

গুৱাহাটী,27 মাৰ্চ:গুৱাহাটী প্ৰেছ ক্লাৱত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল ‌। উপস্থিত থাকে বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই,মনজিৎ মহন্ত, হৰেকৃষ্ণ ডেকা,আৰু উদয়াদিত্য ভৰালী ।

সংবাদমেলত বিজেপি পুনৰ ক্ষমতালৈ আহিলে অসম তথা ভাৰতবৰ্ষৰ জনগণৰ চৰম দুৰ্দশা হ'ব বুলি কয় সন্থাটোৰ সদস্যই । বিজেপি চৰকাৰে জনসাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি এইবাৰ নিৰ্বাচনত বিজেপি চৰকাৰক পৰাস্ত কৰিবলৈ সকলো একগোট হ'ব লাগে বুলি আহ্বান জনায় সন্থাটোৱে ৷ লগতে বিজেপিক সমৰ্থন জনোৱা যিকোনো দলকে প্ৰত্যাখ্যান কৰিবলৈও অসমৰ ভোটাৰ ৰাইজক আহ্বান জনায় নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই ।

Intro:Body:

গুৱাহাটীত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল

গুৱাহাটী,27 মাৰ্চ:গুৱাহাটী প্ৰেছ ক্লাৱত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ সংবাদমেল ‌। সভাত উপস্থিত থাকে বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই,মনজিৎ মহন্ত, হৰে কৃষ্ণ ডেকা,আৰু উদয়াদিত্য ভৰালী ।

সংবাদমেলত  বিজেপি পুনৰ ক্ষমতালৈ আহিলে অসম তথা ভাৰতবৰ্ষৰ জনগণৰ চৰম দুৰ্দশা হ'ব বুলি কয় সন্থাটোৰ সদস্যই । বিজেপি চৰকাৰে জনসাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি এইবাৰ নিৰ্বাচনত বিজেপি চৰকাৰক পৰাস্ত কৰিবলৈ সকলো একগোট হ'ব লাগে বুলি আহ্বান জনায় সন্থাটোৱে ৷ লগতে বিজেপিক সমৰ্থন জনোৱা যিকোনো দলকে প্ৰত্যাখ্যান কৰিবলৈও অসমৰ ভোটাৰ ৰাইজক আহ্বান জনায় নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.