গুৱাহাটী,15 মেঃ শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । জিএমছিএইচ পুনৰ খোলাৰ বাবে আলোচনাত মিলিত হয় স্বাস্থ্যমন্ত্ৰী গৰাকী । উল্লেখ্য যে, এক টুইটযোগে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে, আমি এইপৰ্যন্ত ডাক্টৰ, নাৰ্চ আৰু বিভিন্ন কৰ্মচাৰীকে ধৰি প্ৰায় 2,200 গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰিছো । কিন্তু ইয়াৰ ভিতৰত কেৱল 2 জন লোকৰ ফলাফল পজিটিভ পোৱা গৈছে । ইয়াৰ পৰিপ্ৰেক্ষিততে আমি কন্টেইনমেন্ট জ'ন মুকলি কৰি চিকিৎসালয়খন পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ।
-
Visited GMCH to discuss reopening of Hospital & Medical College from tomorrow. We've taken 2200 samples of doctors, nurses, staff & people in surrounding areas; all have tested negative except 2. In view of this, we're resuming operations. Surrounding containment zone freed.
— Himanta Biswa Sarma (@himantabiswa) May 15, 2020 " class="align-text-top noRightClick twitterSection" data="
">Visited GMCH to discuss reopening of Hospital & Medical College from tomorrow. We've taken 2200 samples of doctors, nurses, staff & people in surrounding areas; all have tested negative except 2. In view of this, we're resuming operations. Surrounding containment zone freed.
— Himanta Biswa Sarma (@himantabiswa) May 15, 2020Visited GMCH to discuss reopening of Hospital & Medical College from tomorrow. We've taken 2200 samples of doctors, nurses, staff & people in surrounding areas; all have tested negative except 2. In view of this, we're resuming operations. Surrounding containment zone freed.
— Himanta Biswa Sarma (@himantabiswa) May 15, 2020
লগতে পঢ়ক-সৰভোগত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন এজন ৰাজস্থানীৰ