ETV Bharat / state

চাংসাৰিত মমতাৰ প্ৰতিকৃতি দাহ - himanta biswa sarma

চাংসাৰিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত মমতাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। প্ৰতিকৃতি দাহৰ সময়ত বিজেপি কৰ্মীৰে ঠেলা হেচা আৰক্ষীৰ।

চাংসাৰিত মমতাৰ প্ৰতিকৃতি দাহ
author img

By

Published : May 8, 2019, 4:35 PM IST

গুৱাহাটী, 8 মে': জালুকবাৰী সমষ্টিৰ চাংসাৰিত বিজেপিৰ বেজেৰা মণ্ডল যুৱ মৰ্চা উদ্যোগত আৰু বেজেৰা মণ্ডলৰ সহযোগত মমতা বেনাৰ্জীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চাংসাৰিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত মমতাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিকৃতি দাহৰ সময়ত বিজেপি কৰ্মীৰে ঠেলা হেচাৰ সৃষ্টি হয় আৰক্ষীৰ ।

চাংসাৰিত মমতাৰ প্ৰতিকৃতি দাহ

আৰু পঢ়ক:হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ মমতাৰ গুণ্ডাবাহিনীৰ : মন্ত্ৰী শৰ্মাৰ প্ৰথম প্ৰতিক্ৰিয়া

উল্লেখ্য যে,পশ্চিমবংগৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষৰ সৈতে আহি থকা অৱস্থাতে মঙলবাৰে আক্ৰমণৰ সন্মুখীন হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি উভতি অহাৰ সময়তে কান্ঠী লোকসভা সমষ্টিৰ অন্তৰ্গত খেজুৰীত মমতা বাহিনীয়ে আক্ৰমণ চলাই বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

Intro:Breaking from baihata chariali ------জালুকবাৰী সমষ্টিৰ চাংসাৰিত বিজেপিৰ বেজেৰা মণ্ডল যুৱ মৰ্চা উদ্যোগত অাৰু বেজেৰা মণ্ডলৰ সহযোগত মমতা বেনাৰ্জীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসুচী।চাংসাৰিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মমতাৰ প্ৰতিকৃতি দাহ।প্ৰতিকৃতি দাহৰ সময়ত বিজেপি কৰ্মীৰে ঠেলা হেচা অাৰক্ষীৰ।Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.