ETV Bharat / state

GMC operation continues: ফাঁচীবজাৰত ডেৰ লাখ টকাৰ জৰিমণা আদায় পৌৰ নিগমৰ - GMCs operation against illegal shops

বুধবাৰে আকৌ গুৱাহাটী পৌৰ নিগমে ফাচীবজাৰত গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায় 17 খন ব্যৱসায়ী প্ৰতিষ্ঠানকেইখনৰ পৰা 1,46, 000 টকা জৰিমণা আদায় কৰাৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠানকেইখনৰ বিৰুদ্ধে পৌৰ নিগমে কাৰণ দৰ্শোৱা জাননী দিয়ে (GMCs operation against illegal shops) ৷

GMCs operation against illegal shops
ফাঁচীবজাৰত ডেৰ লাখ টকাৰ জৰিমণা আদায়
author img

By

Published : Feb 9, 2022, 10:41 PM IST

গুৱাহাটী, 9 ফেব্ৰুৱাৰী: ৰাজ্য তথা গুৱাহাটীৰ অন্যতম ব্যৱসায়ী কেন্দ্ৰ ফাঁচীবজাৰত বহু ব্যৱসায়ী প্ৰতিষ্ঠান গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকাৰ দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন হৈ আহিছে (GMCs operation against illegal shops)। শেহতীয়াভাৱে যোৱা কিছুদিন ধৰি গুৱাহাটী পৌৰ নিগমে ফাচীবজাৰত চলোৱা অভিযানে এই কথা সঁচা প্ৰমাণিত কৰিছে ।

যোৱা কিছুদিন গুৱাহাটী পৌৰ নিগমে ফাঁচীবজাৰত অভিযান চলায় গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকা বহুসংখ্যক দোকান চিনাক্ত কৰি জৰিমণা বিহিছে । বুধবাৰে আকৌ গুৱাহাটী পৌৰ নিগমে ফাচীবজাৰত গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায় । গুৱাহাটী পৌৰ নিগমৰ অভিযানকাৰী দলে ফাচীবজাৰত কাপোৰৰ দোকান আৰু গুদামকে ধৰি 60 খন ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলায় ।

পৌৰ নিগমৰ অভিযানকাৰী দলে ইয়াৰে 17 খন ব্যৱসায়ীক প্ৰতিষ্ঠানে গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকা ধৰা পেলায় । ইয়াৰে 11 খনে কাপোৰৰ দোকান । গুৱাহাটী পৌৰ নিগমৰ অভিযানকাৰী দলে গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকা ব্যৱসায়ী প্ৰতিষ্ঠানকেইখনৰ পৰা 1,46, 000 টকা জৰিমণা আদায় কৰাৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠানকেইখনৰ বিৰুদ্ধে পৌৰ নিগমে কাৰণ দৰ্শোৱা জাননী দিয়ে ।

লগতে পঢ়ক: The Fall of Humanity: এসময়ৰ কোটিপতি, আজি বৃদ্ধা আশ্ৰমৰ আলহী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.