ETV Bharat / state

গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটত খাদ্য সামগ্ৰীৰ দাম নিৰ্ধাৰণ প্ৰশাসনৰ

author img

By

Published : May 1, 2020, 6:48 PM IST

Updated : May 1, 2020, 7:47 PM IST

নিৰ্ধাৰিত দামতে বিক্ৰেতাই গ্ৰাহকক দিব লাগিব অত্যাৱশ্যকীয় সামগ্ৰী ৷

Food price in guwahati, dibrugrah in jorhat

নিউজ ডেস্ক, 1 মে': সমগ্ৰ দেশৰ লগত অসমতো অব্য়াহত আছে লক্ ডাউন ৷ লক ডাউনৰ সময়ছোৱাত অসাধু ব্যৱসায়ীয়ে যাতে গ্ৰাহকৰ পৰা খাদ্য-সামগ্ৰীৰ অতিৰিক্ত দাম ল'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য আৰু অসামৰিক যোগান বিভাগে গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটৰ খাদ্য সামগ্ৰী আৰু পাচলিৰ খুচুৰা আৰু পাইকাৰী দৰ নিৰ্ধাৰণ কৰি দিছে ৷

গুৱাহাটীত নিৰ্ধাৰিত সামগ্ৰীৰ মূল্য তালিকা:

গুৱাহাটীত খাদ্য সামগ্ৰীৰ নিৰ্দ্ধাৰিত মূল্য

ডিব্ৰুগড়ত নিৰ্ধাৰিত সামগ্ৰীৰ মূল্য তালিকা:

যোৰহাটত খাদ্য সামগ্ৰীৰ নিৰ্দ্ধাৰিত মূল্য

যোৰহাটত নিৰ্ধাৰিত সামগ্ৰীৰ মূল্য তালিকা:

লগতে পঢ়ক : লক্ ডাউন-2ঃ ষষ্ঠদশ দিনটোত ৰাজ্যজুৰি ক'ত কি ঘটিল !

Last Updated : May 1, 2020, 7:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.