ETV Bharat / state

ৰাজ্যত পাঁচ কোটি চেনিটাইজাৰ বটল বিতৰণ প্ৰক্ৰিয়া আৰম্ভ - অসমত থকা বিলাতী সুৰা প্ৰস্তুতকৰণ কোম্পানী আৰু বটলিং প্লান্ট

ৰাজ্যত আৰম্ভ হৈছে পাঁচ কোটি চেনিটাইজাৰ বটল বিতৰণ প্ৰক্ৰিয়া ৷ আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ আহ্বানত অসমত থকা বিলাতী সুৰা প্ৰস্তুতকৰণ কোম্পানী আৰু বটলিং প্লান্ট সমূহে প্ৰস্তুত কৰি উলিওৱা পাঁচ কোটি এলক'হলিক‌ চেনিটাইজাৰৰ বটল সোমবাৰৰ পৰা স্বাস্থ্য বিভাগসমূহলৈ হস্তান্তৰ কৰা হৈছে ৷

five crore sanitizer distribution at guwahati
ৰাজ্যত পাঁচ কোটি চেনিটাইজাৰ বটল বিতৰণ প্ৰক্ৰিয়া আৰম্ভ
author img

By

Published : Mar 30, 2020, 7:16 PM IST

গুৱাহাটী, ৩০ মাৰ্চঃ ৰাজ্যৰ আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ আহ্বানত অসমত থকা বিলাতী সুৰা প্ৰস্তুতকৰণ কোম্পানী আৰু বটলিং প্লান্ট সমূহে প্ৰস্তুত কৰি উলিওৱা পাঁচ কোটি এলক'হলিক‌ চেনিটাইজাৰৰ বটল সোমবাৰৰ পৰা স্বাস্থ্য বিভাগক হস্তান্তৰ কৰা হৈছে । সোমবাৰৰ পৰা কেইবাটাও প্লান্টৰ পৰা এই বটল সমূহ স্বাস্থ্য বিভাগৰ কেন্দ্ৰীয় ভঁৰাললৈ লৈ অহা হয় । আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰাৰ পিছত চেনিটাইজাৰ সমূহ স্থানান্তৰ কৰা হয় স্বাস্থ্য বিভাগৰ কেন্দ্ৰীয় ভঁৰাললৈ ।

ৰাজ্যত পাঁচ কোটি চেনিটাইজাৰ বটল বিতৰণ প্ৰক্ৰিয়া আৰম্ভ

অনস্বীকাৰ্য যে, ৰাজ্যৰ আৱকাৰী বিভাগে গ্ৰহণ কৰা এই পদক্ষেপে এনে এক সংকটকালত ৰাইজক বহু পৰিমাণে সকাহ দিব । কিয়নো ২০০ মিলিলিটাৰৰ পাঁচ কোটি এলক'হলিক হেণ্ড চেনিটাইজাৰে নিশ্চিতভাৱে ৰাইজৰ এক ডাঙৰ অভাৱ পূৰণ কৰিব ।

লগতে পঢ়কঃ21 দিনীয়া লক ডাউন বৃদ্ধি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.