ETV Bharat / state

মহানগৰীৰ লালমাটিত ভয়াৱহ অগ্নিকাণ্ড - অগ্নি নিৰ্বাপক বাহিনী

অৱশেষত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰে নিৰ্বাপন কৰা হয় জুই ৷ তথ্য অনুসৰি,  মুখ্যমন্ত্ৰী কনভয়ৰ লগত ব্যস্ত হৈ থকাৰ বাবেই ঘটনাস্থলীত পলমকৈ উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ৷

ডি চি শ্ব'ৰুমৰ সমীপত
author img

By

Published : Oct 21, 2019, 10:56 PM IST

গুৱাহাটী. 21 অক্টোবৰঃ সোমবাৰে মহানগৰীৰ লাল মাটিত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড ৷ ডি চি শ্ব'ৰুমৰ সমীপত জেনেৰেটৰ কঢ়িয়াই অনা এখন বাহনৰ পৰা সংঘটিত হয় অগ্নিকাণ্ড ৷ জুইৰ লেলিহান শিখাই নিমিষতে চাৰখাৰ কৰে বাহনখন ৷

মহানগৰীৰ লাল মাটিত ভয়াৱহ অগ্নিকাণ্ড

ইপিনে, ঘটনাস্থলীত প্ৰায় এঘন্টা পলমকৈ উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী ৷ যাৰ ফলত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ৷ অৱশেষত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰে নিৰ্বাপন কৰা হয় জুই ৷ তথ্য অনুসৰি, মুখ্যমন্ত্ৰী কনভয়ৰ লগত ব্যস্ত হৈ থকাৰ বাবেই ঘটনাস্থলীত পলমকৈ উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ৷

Fire breaks out in guwahati lalmati

Intro:মহানগৰীৰ লালমাটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ডিচিৰ শ্ব'ৰুমৰ সমীপত ৰখাই থোৱা দিজি অৰ্থাৎ জেনেৰেটৰ কঢ়িয়াই অনা বাহনত সংঘটিত হয় এই অগ্নিকাণ্ড। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত হুৱাদুৱা লাগে অঞ্চলটোত। জুইৰ লেলিহান শিখাই নিমিষতে চাৰখাৰ কৰে বাহনখন। প্রায় এঘণ্টা পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় অগ্নিকাণ্ড নিৰ্বাপকবাহিনী। যাৰ বাবে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। ইফালে দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপন কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ কনভয় পাৰ কৰোৱাত ব্যস্ত হৈ থকা বাবেই অগ্নিকাণ্ড সংঘটিত স্থানত উপস্থিত হোৱাত পলপ হয় আৰক্ষী-অগ্নিকাণ্ড নিৰ্বাপকবাহিনীৰ।
Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.