ETV Bharat / state

‘এম চি এম চি’ৰ অনুমােদন অবিহনে প্ৰকাশ কৰিব নােৱাৰিব বিজ্ঞাপন - election commission on advertise

মঙলবাৰে তৃতীয় পর্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ ক্ষেত্ৰত ভােটগ্রহণৰ দিনা আৰু সােমবাৰে প্রকাশ কৰিবলগীয়া বিজ্ঞাপনসমূহ প্রকাশৰ আগত ৰাজ্যিক বা জিলাভিত্তিত গঠন কৰা ‘এম চি এম চি’ য়ে প্রমাণিকৰণ কৰিব । নির্বাচন আয়ােগে ভােটগ্রহণৰ দিনা আৰু ভােটগ্রহণৰ এদিনৰ পূর্বে প্রকাশিত ৰাজনৈতিক বিজ্ঞাপনৰ ক্ষেত্ৰত মিডিয়া প্রমাণিকৰণ আৰু নিৰীক্ষণ সমিতিয়ে (এমচিএমচি) প্রমাণিকৰণ কৰাতাে বাধ্যতামূলক কৰিছে ।

‘এম চি এম চি’ৰ অনুমােদন অবিহনে প্ৰকাশ কৰিব নােৱাৰিব বিজ্ঞাপন

author img

By

Published : Apr 2, 2021, 9:28 PM IST

গুৱাহাটী, ২ এপ্রিল: কোনােধৰণৰ উচতনিমূলক, বিভ্রান্তিকৰ, বিদ্বেষজনক বিজ্ঞাপন প্রকাশৰ দ্বাৰা যাতে সমাজত কোনাে শান্তি-শৃংখলা বিঘ্নিত কৰিব পৰা পৰিৱেশৰ সৃষ্টি নহয় বা নির্বাচনৰ সমগ্র প্রক্রিয়াটো বিপথে পৰিচালিত নহয়, সেই দিশসমূহৰ প্রতি লক্ষ্য ৰাখি নির্বাচন আয়ােগে ভােটগ্রহণৰ দিনা আৰু ভােটগ্রহণৰ এদিনৰ পূর্বে প্রকাশিত ৰাজনৈতিক বিজ্ঞাপনৰ ক্ষেত্ৰত মিডিয়া প্রমাণিকৰণ আৰু নিৰীক্ষণ সমিতিয়ে (এমচিএমচি) প্রমাণিকৰণ কৰাতাে বাধ্যতামূলক কৰিছে ।

‘এম চি এম চি’ৰ অনুমােদন অবিহনে প্ৰকাশ কৰিব নােৱাৰিব বিজ্ঞাপন
‘এম চি এম চি’ৰ অনুমােদন অবিহনে প্ৰকাশ কৰিব নােৱাৰিব বিজ্ঞাপন

মিডিয়া প্রমাণিকৰণ আৰু নিৰীক্ষণ সমিতিয়ে প্ৰমাণ পত্ৰ দিয়াৰ পাছতহে প্রার্থী বা ৰাজনৈতিক দলসমূহে উক্ত দিন দুটাত ৰাজনৈতিক বিজ্ঞাপন প্রকাশ কৰিব পাৰিব । মঙলবাৰে তৃতীয় পর্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ ক্ষেত্ৰত ভােটগ্রহণৰ দিনা আৰু সােমবাৰে প্রকাশ কৰিবলগীয়া বিজ্ঞাপনসমূহ প্রকাশৰ আগত ৰাজ্যিক বা জিলাভিত্তিত গঠন কৰা ‘এম চি এম চি’ য়ে প্রমাণিকৰণ কৰিব ।
লগতে পঢ়ক:বিলাসীপাৰাত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.