ETV Bharat / state

লক ডাউন সন্দৰ্ভত কি ক'লে গায়ত্ৰী মহন্তই ? এই সময়চোৱাত কি কৰিছে দীপলিনাই ডেকাই ? - দেশত ঘোষণা হ'ল লক ডাউন

কৰ'ণা ভাইৰাছক লৈ কম্পমান সমগ্ৰ বিশ্ব ৷ কৰ'ণাৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি দেশত ঘোষণা হ'ল লক ডাউন ৷ এই লক ডাউন একাংশই মানি চলিছে যদিও আন একাংশই বাৰে বাৰে উলংঘা কৰিছে ৷ লক ডাউনৰ সময়ত গৃহবন্দী হৈ আছে অসমৰ তাৰকাসকলো ৷

deeplina deka and Gayatri mahanta on lock down
লক ডাউন সন্দৰ্ভত কি ক'লে গায়ত্ৰী মহন্ত, দীপলিনা ডেকাই ?
author img

By

Published : Mar 26, 2020, 11:08 PM IST

গুৱাহাটী,26 মাৰ্চঃ বিশ্বজুৰি এতিয়া কৰ'ণা ভাইৰাছ অৰ্থাৎ কোভিড-১৯ৰ আতংক ৷ এই ভাইৰাছ প্ৰতিৰোধৰ মূল উপায় হৈছে সামাজিক দুৰত্ব বজাই ৰখা। যাৰ বাবে সমগ্ৰ দেশতে ২১ দিনৰ লক ডাউন দিছে কেন্দ্ৰীয় চৰকাৰে। লক ডাউনৰ সময়চোৱাত ৰাইজলৈ বিশেষ আহ্বান অভিনেত্ৰী গায়ত্ৰী মহন্তৰ। স্বাস্থ্য বিভাগে ৰাইজক প্ৰদান কৰা নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাই অভিনেত্ৰীগৰাকীয়ে। লক ডাউনৰ সময়চোৱাত ঘৰতে থাকি ভয়াৱহ কভিড-১৯ৰ শিকলিডাল ছিঙি পেলোৱাৰ বাবে ৰাইজলৈ আহ্বান জনাই অভিনেত্ৰী গায়ত্ৰী মহন্তই।

লক ডাউন সন্দৰ্ভত কি ক'লে গায়ত্ৰী মহন্তই

ইফালে লক ডাউনৰ সময়ত গৃহবন্দী হৈ আছে জনপ্ৰিয় কন্ঠশিল্পী দীপলিনা ডেকা ৷ ব্যস্ততাৰ বাবে পাকঘৰত সোমাবলৈ সময় নোপোৱা দীপলিনা ডেকাই এই সময়ছোৱাত পাকঘৰত সুস্বাদু খাদ্য ৰন্ধাত ব্যস্ত হৈ পৰিছে । আহক চাওঁ লক ডাউনৰ সময়ত কি কৰিছে দীপলিনা ডেকাই ৷

লক ডাউনৰ সময়ত কি কৰিছে দীপলিনা ডেকাই ?

চৰকাৰৰ এই নিৰ্দেশনাক সমৰ্থন জনায় এই সময়ছোৱাত ঘৰত সোমাই ক'ৰণা ভাইৰাছ সংক্ৰমণ নোহোৱাৰ বাবে এক সংকল্প হাতত লৈছে সকলোৱে ৷ যদিও এই সময় কঠিন এই সময় কিন্তু ব্যস্ততাৰে ভৰা যান্ত্ৰিকতা জনজীৱনৰ পৰা ক্ষন্তেক ৰৈছে যেন প্ৰতিজন ব্যক্তি । গতিকে সকলোৱে পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ লগতে ইমান দিনে নকৰা কামবিলাক কৰিবলৈ লৈছে ৷

লগতে পঢ়কঃকি কি আছে বিত্তীয় মন্ত্ৰীৰ ৰিলিফ পেকেজত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.