ETV Bharat / state

বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ অনশন

author img

By

Published : Jan 22, 2020, 12:02 AM IST

বুধবাৰে উচ্চতম ন্যায়ালয় খোলা সময় ৰাতিপুৱা ১০ বজাৰ পৰা বন্ধ হোৱা সময় সন্ধিয়া ৫ বজালৈকে এই সময় খিনিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজেও হাতত লৈছে অনশন কাৰ্যসূচী ৷

Cotton University Student protest on Wednesday
বুধবাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ অনশন

গুৱাহাটী,21 জানুৱাৰীঃ ২২ জানুৱাৰী অৰ্থাৎ বুধবাৰে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ ৷ ইয়াক লৈ কটন বিশ্ববিদ্যালয়ৰ ছাত্র সমাজেও হাতত লৈছে অনশন কাৰ্যসূচী ৷ মঙ্গলবাৰে এই কথা জানিব দিয়ে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে ৷ সম্পাদক গৰাকীয়ে কয় যে, 'কাইলৈ উচ্চতম ন্যায়ালয় খোলা সময় ৰাতিপুৱা ১০ বজাৰ পৰা বন্ধ হোৱা সময় সন্ধিয়া ৫ বজালৈকে এই সময় খিনিত আমি অনশন কাৰ্যসূচী হাতত লৈছোঁ । লগতে আমাৰ এই অনশনলৈ অসমৰ বৌদ্ধিক সমাজৰ সকলো লোককে আমন্ত্ৰণ জনাইছোঁ ।'

লগতে পঢ়ক-তিনি লাখ টকাত বিক্ৰী নিজ সন্তানক

Intro:কাইলৈ অৰ্থাৎ ২২ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব বহু বিতৰ্কিত তথা জাতিধ্বংসী আখ্যা দিয়া নাগৰিকত্ব সংশোধনী আইনৰ।

Body:ইয়াক লৈ কটন বিশ্ববিদ্যালয়ৰ ছাত্র সমাজেও অনশন কাৰ্যসূচী হাতত লৈছে। মঙ্গলবাৰে এই কথা জানিব দিয়ে কটন বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে।

Conclusion:তেওঁ কয়, 'কাইলৈ উচ্চতম ন‍্যায়ালয় খোলা সময় ৰাতিপুৱা ১০ বজাৰ পৰা বন্ধ হোৱা সময় সন্ধিয়া ৫ বজালৈকে এই সময় খিনিত আমি অনশন কাৰ্যসূচী হাতত লৈছোঁ। লগতে আমাৰ এই অনশনলৈ অসমৰ বৌদ্ধিক সমাজৰ সকলো লোককে আমন্ত্ৰণ জনাইছোঁ।'
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.